পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হী। ( বৰ, ৭নং। মুছা সম্পাদক ৰিষাৰ্ট নাইট, বৰ্ধমান ‘লাইবেল” কত পৰে তেতিয়া ফিঃ ভৱিষ্ট টি, বোলীয়ে বি নিস্বাৰ্থ ভাৱে আৰু চতুৰতাৰে নিৰ বহুমূলীয় সময় আৰু অলৈ নেচাই এওঁলোক দুজনৰ প সমৰ্থন কৰিছিল তাৰু সকলোৱে নে। | তেওৰ ওকালভী আৰু সেই বিদ্যাপ্ত সভা দেখি, সেই সময় কলিতা হাইকোৰ্ট ওকালতী কবিদেশী বাৰিষ্টৰ সকলো খোইখাই তেওঁৰ উন্নতিৰ যটিত হিংসা এক খিয়ালৰ ল পুতিৰলৈ ধৰিলে। কিন্তু তুই যা এখাৰ ফটকানি পুৰি ওলোৱাৰ দৰে যি বোলানীৰ সকলে বিপদ অতিক্ৰম কৰি নিজৰ জেউতি দিনক-দিনে বঢ়াই নিজৰ আৰু দেশৰ উপকাৰ সাধিবলৈ ধৰিলে। পিছত এসে হল যে হাইকোটৰ অইন সৰুলো দেশী আৰু বিদেশী বাৰিষ্টৰক চেৰ পেলাই তেও নিয়ে জাগৰণুৱা হৈ দেশে বিদেশে যশ লৰিলৈ ধৰিলে। অনেক সময়ত, তেওঁ সময়ৰ অভাৱত বহও গোচৰ হাতত লব নোৱাৰি এৰি দিব লগাত পৰিছিল। তেওঁৰ সহিষ্ণুতা, জ্ঞান, কাল, দুৈধ আমি গুণৰ ৰাত পৰ্ণমেন্টে তেওঁক চাৰিবাৰকৈ “ষ্টেং কাউচেলৰ পদত নিযুক্ত কৰিছিল। ১৮৭৪ চনত সেই সময়ৰ দুৱলীয়া লাট চাষ বহুদুৰ স্যৰ এচলি ইডেনে (Sir Ashley Eden) কি ববী বেঙ্গল কাউনচিল সত্য মনোনীত কৰিবৰ মনেৰে, এনৰোেল কলাস পালৰ হতুৱাই তেওঁক টুকৰিয়াই চাইছিল। মিঃ বোজ। এমবোৰ বাহিৰ সন্মানেৰে ভূষিত হৰলৈ মান্তি নহল। ১৮৮১ চনত যেতিয়া হাইকোৰ্ট এখৰ কাম খালি হয়, চিফ, টিচ সাৰ ৰিচাৰ্ড শাৰ্থে ( Sir Richard Garth | মিঃ বোনাভীক সেই কামত সমোৱাৰলৈ যথাসাধ্য চেষ্টা কৰিছিল। কিন্তু মিঃ ৰোৰাজী আগৰ দৰেই শান্তি নহল। তেওঁৰ বাৰিৰি ব্যৱসায়ত ধৰে এয়ে ১ লাখ টকাকৈ উপাৰ্জন আলি। ও পঢ়াৰ সময়ৰপৰা তেওঁ সদায় ৰাজনীতি আৰু মাতৃভূমিৰ বিষয়ে জ্বাল কৰিবলৈ ভাল পাইল। সেই স্বাৱ তেওঁৰ অৱস্থা আৰু আনৰ লগে লগে আঢ়িবলৈ ধৰিলে। কলিকতাৰ আজিকালি নালা দৈনিক ইংৰাখী বাতৰি কাকত কেলী' তেওঁৰ অনুগ্ৰহ আৰু উয়োগৰ ফল। তেওঁ যিলাতলৈ যোৱাৰ আগেয়ে ১৯৬২ চনত যেতিয়া লিঃ ডব্লিউ, এ, সিলেণ্ডাৰৰ চিৰ কাম