পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পু, ১৮৩১]অসমীয়া ভাষাৰ সম্পৰ্কে আৰু দুআষাৰমান কথা ৪৩ কথাতে তেওঁলোকৰ মনত আচৰিত মানিব লগীয়া খুকুৰি আছে। আজি কালি প্ৰচলিত অসমীয়া ভাষাটো উজনিৰ আহোৰ ভাষাৰ শৰণেৰে ৰাকৈ উমুৰাই এই কৰা হৈছে নে ভাটীৰ কামৰূপীয়া শব্দৰ সহ খাব তাই দি ৰাখি পাক অসমীয়াৰ পাতত ৰাঢ়ি দিয়া হৈছে? অসমীয়া ভাষাটো বা বিক পক্ষই আহোম ভাষাৰ বিজয়-মুভি ৰজাৰলৈকে সাজি উলিয়া হৈছে নে কামৰূপ ভাষাৰ মৃত্যুশয্যাৰ কাষত ধ্বনি কৰিবলৈফে কৰা হৈছে। এই এই মীমাংসা তেওঁলোকে অলিকে কৰি উঠিব নোৱাৰি বিষুধি হৈ যেন এক প্ৰকাৰ হাত-সামৰি বহি আছে। অসমীয়া ভাষাৰ সম্পৰ্কে এতকাল ধৰি হোৱ। ইমানবিলাক আলোচনা আন্দোলনৰ পিছত এই প্ৰশ্ন নিশ্চয় মাৰি।। যি ভাষাই ভালেমান দিন ভালেমান যুজ কৰি ভালেমান অপাম ফলৰ হাত শৰি পণ থিৰ হৈ বিশ্ববিদ্যালয়ত ঠাই পাইছে, গমেই ঘৰত আৰ পাইছে, নতুনকৈ ৰচিত বিখৰ কিতাপ পুৰি ৰক্ষাৰ গাত পিন্ধিবলৈ পাইছে, আৰু অসমৰ ইমূৰৰপৰা সিমূৰলৈকে সকলো সমীয়াৰ মাতৃৰ। বুলি সন্তান সকলৰপৰ। ভক্তি-ফুলৰ আঁজল পাইছে সেই অসমীয়া ভাষাৰ গুৰিত ধৰি আজি তাক আজোৰ-পিথাৰ কৰিবলৈ যোৱাটো অৱশ্যে না- হি। অসমীয়া ভাষা সম্পৰ্কে নিয়ে মন দি আচ নকৰ, আৰু লোকে আলচ কৰি কৰা মীমাংসা আৰু সিদ্ধান্তবিলাকলৈ চকু নিদিয়াটোৱেই যে তেওঁলোকৰ মনৰ ওপজা সংশয়ৰ কাৰণ সেইটো লজি। অসমীয়া ভাষা উজনিৰ অকলসৰীয়া ভাষা নহ ভাৰো অকলশৰীয়া ভাষা নহয়, দি গেটেই অসমৰ ভাষা। শঙ্কৰ মাধৱ আৰু কলিগ দিনৰেপৰা আজিলৈকে বি তাত কিতাপ পুথি ৰচিত হৈ আহিছে, যি ভাৰাত অসমৰ মাহে, খাইকৈ ওপৰ খাপৰ মাহে ইন সিজনৰ ভিতৰত দিনৌ মনৰ ভাৰ সলসিলনি কৰি আহিছে আৰু কৰে, সেইটোৱেই অ- মীৰা ভা। সেই ভাষাটোত উজনিৰ প্ৰবাত থাকিব পাৰে, উজনিৰ শাত-কবা প্ৰকাশ কৰিবৰ শুদী সৰহীৰাকৈ থাকিব পাৰে, আৰু ভাটীৰ তাকৰীয়াকৈ থাকিব পাৰে, কিন্তু সি যে অমৰ আচল অসমীয়া ভাষা তাত সন্দেহ নাই। হব পাৰে ভীৰ ভাষাও এত সৰত উজনিৰ ভাষাৰ নিচিনা বগী আছিল , ব পাৰে সেই ভাষাই ৰজাৰ আশ্ৰয় আৰু জাৰ