পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [২য় বাৰ, ৭ম সংখ্যা। | ডব্লিউ, চি, ধোনজীক ৰাপেকে নিচেই সকালতে কলিকতাৰ সিমলা নামে ঠাইৰ পঢ়াশালিত পঢ়িবলৈ নাম লগায় বিয়ে। তাত তে মাতৃভাষা বলা শিকি তাৰ পিছত কৃষ্ণদাস পাল্প জৰু চৰু মুখুৰীৰ নলীয় ইংৰাজী খুল “ৰিৱেন্টেল চেমিনেতি” (Orienta! Seminary) পঢ়ি, ১৮৬১ চনত মহেশ বানুজী আৰু কেনফৰ (Mr Candruff) তলত হিন্দু কুলৰ প্ৰথম শ্ৰেণীলৈকে পঢ়িল। কিন্তু তেওঁ প্ৰবেশিকা পৰীক্ষা নিদি, সেই সময়ৰ যাত্ৰা থিয়েটৰ আদি তামোটা চাই আৰু সেইবিলাকত নিজে ভাৱৰীয়াৰ ও লৈ ফুৰি কাল কটাইছিল। সৰুতে তেও দেখিবলৈ শুৱনি আছিল; যা আৰু থিয়েটৰ খেতিয়াই যি ভাও লৈছিল তাতে তেওঁক শুৱাইছিল। কালীপ্ৰসন্ন সিংহ আৰু মহাৰাজ ৰ যতীন্দ্ৰমোহন ঠাকুৰৰ ঘৰত তেও বহু ৰাৰ থিয়েটত ও লৈ তেওঁবিলাকৰ মৰমৰ আৰু শলাগৰ পাত্ৰ হৈছিল। বালেৰুে তেওৰ এনে ভাৱ দেখি নানা প্ৰকাৰ তেওঁক ভঙ্গি কৰিছিল। এদিন ১৮৯১ চনত তেওঁ বাপেকৰ কৰ্কনা সহিব নোৱাৰি ৰাণীগ নামে ঠাইল পলাই গৈছিল। বাপেকে বহু কষ্টেৰে তেওঁক আৰপৰা বৰাই-বুজাই আনিব অগাত পৰিছিল। পেকে যউপায়েৰে পুতেকক সজ বাটলৈ আনিৰ নোৱাৰি হতাশ হৈ সেই বছৰৰ নবেম্বৰ মাহত তেওঁক লৰপৰা মাম কটাই এৰি তেওৰ লগৰীয়া ব্যৱী বন্ধু মিঃ ডব্লিউ, পি, ডাউনিং (Mr W. P. Downing) এৰি আগত “আটিকোল কেৰাণী (article clerk) সুমাই দিলে। সেই কেৰাণী কামত সোমাই তেওঁ বহু কথা, ভালকৈ লেখা-পঢ়া ননা বাৰে টান আৰু সাৰ পাই লাল বেমাৰ ফল বুলি কৈ অ- তাপ কৰিবলৈ ধৰিলে, আৰু যিমান পাৰে তাৰ প্ৰতিকাৰ কৰিবলৈ নিশ্চয় কৰি দিনে ৰাতিয়ে পৰিশ্ৰম কৰি সকলো আইন-কানুনবিলাক মন দি পঢ়িবলৈ ধৰিলে, আৰু আটাই কামকাজ পটুতাৰে অলপ সময়ৰ ভিতৰতে সমাধা কৰিবলৈ শিকিশে। আচৰিত কথা, ছেলেখেলালি আৰু বিভিঞ্জালি কৰি ফুৰা লৰাৰ প্ৰস্তাৱত অভাবনীয় পৰিৱৰ্তন টিল। তেওঁৰ পেৰু আৰু যি ছাউনিতে তেওঁৰ গাৰ এনে পৰিবৰ্তন আৰু কামৰ গেণি বৰ সুখীল। এইদৰে তেও মিঃ ডাইনিঙৰ অত ভালকৈ কামাৰ শিকি এই পাত সেই চাকৰি এৰি ১ মত মিঃ জন্মি, এফ, গিলে (Mr. W. F. Gillas-