( বৰ, ৰ সংn। তাতকৈও বহুমুণীয়া; তেনেকুৱা কথা প্ৰয়েই পুথিত পোৱা নেয়; আৰু কোনো পুথিত থাকিলেও সেই পুখি সৰ্বসাধাৰণৰ পক্ষে দুল’; এনে মূলত কথোপকথনৰ ৰাই সেইবিলাক সই জ্ঞান সহৰে শিকিব পাৰি। লণ্ডন, লেবি, কলিকতা জাদি ডাঙৰ ডাঙৰ নগৰত থকা মানুহৰিলাৰু সদায় কামত ইমান ব্যস্ত যে তেওঁলোকে পুৰি পঢ়ি জ্ঞান অথিৰলৈ প্ৰায়েই আৰি নেপায়। অথচ সেইবিলাক নগৰৰ এজন মানুহৰ লগত আলাপ কৰিলে আনিব পাৰি যে তেওঁ বেছিকৈ পঢ়িও অনেক বিষয়ত ওখা। তাৰ কাৰণ ভাঙৰ নগৰত থকা মানুহবিলাকে মুখে মুখে বাক্যালাপৰ দ্বাৰাই অনেক শিক্ষা পায়। এজনৰ মনৰ গজ চিন্তা, সক কাৰবিলাক কথন-মখনত আন জনৰ মনত বাগৰি পৰি ক্ৰমে ইন সিজনকৈ ঘৰ জনৰ মনলৈ বাগৰি যাব লাগিছে। গঙৰ নগৰত পৰস্পৰৰ মাৰ সেতু পৰম্পৰ মনৰ লগত মিলি এনেকৈ খুণ্ডা খাৰ লাগিয়ে যে গীয়া মাত্ৰই সেই সোতৰ কোৰ অনুভৱ কৰে। এগছন্তি একলৈ এঠাইত চিশিকি চিমিকিকৈ অলি থাকিলে মানুহে তালৈ বৰকৈ শন নকৰে। কিন্তু যেতিয়া সেই ছিল অনি কালেমান ৰন্তিৰ লগত খোয়া যায় তেতিয়া সেই বস্তিৰ যে কেৱল নিজৰ পোহৰ কৰে এনে নহয় আৰ বৰিৰ সি পোহৰ পায়। আমাৰ দেশৰ গাৱলীয়া নামবিলাকত গাৱৰ মানুহে গোটখাই মেল পাতি নানা তৰহৰ আলাপাতি কৰে। তেজিত আৰু সৰাইতে তেওঁলোকে সেই সৰে গেট যায়। নগৰবিলাকত কিালি Club বা সঙ্গি গণিী সন্ধা হৈছে। সেই সভাৰ গৰত গধূলি লগৰীয়া ভাল মানুহখিলাৰু গোট খায়। এনেকুৱা সম্মিলন কথোপানৰ ৰাই অনেক লাগতিয়াল কথা শিকিব বা শিকাষ পাৰি। কিৰ কেৱল কথা পাতি যি ন জ যায় সি অনেক সময়ত ও যা সত্য নহৰ পাৰে। কাৰণ, এই পৃথিৰীত জ্ঞানী গন্ধানী সাধু অসাধু, সৰ আৰু ফায়া, বিমী আৰু ইয়াৰী নালা। মানুহ কা। সত্য আৰু গৰৰ কাশবিক শক্তি হে পোৱা যায়;কেল পা লাতিন আমি আমাৰ সমাজ আৰু পেখনৰপৰা আলি বলৈ পাওঁ। এই নিমিষেই যায় তাৰ আচৰতে স পুথি পা যুগুত। শৰ পৰি পাৰ ল গলে গাও লাগে। মাস খানে মনৰ কাৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৩৪
অৱয়ব