২৭৪ বাহী। [২য় বৰ, ৭ সংখ্যা তাকে কৰি নিজক লৰি যোগাৰলৈ যায়। কিন্তু তাৰপৰা শেহত নিজেই হে ঠগ খায়; আনৰ চকু খুশি লিখ নোবাৰে। অনেক মানুহৰ পৰনিন্দা কৰা গ্যাস আছে। লনিকে সেই ফুঅত্যাসৰ ৰাই নিজৰ হে অপকাৰ কৰে। মিশাই এভাল লৰ দৰে নিৰ বিৰেকৰ যি হয়ত ভৰি তেজ যোবা। খোচামাল (Flattery) কৰাও কথোপকথন এ দেৰি সকলোৱে কানে যে যাৰ খোচামোদ ৰা বৰ, তেও নাক খোচামোদ কৰি নিও নাই বাড়িয়ে সৈতে খোচাখোঙ্গ পাবলৈ ইচ্ছা কৰে আৰু তাক অনেক সময়ত পায়ও। শলশ আৰু খেচামোৰ দুটা বেলে কথা। শলাগৰ যোগ্য কাম কৰিনে যোগ্যতাৰে অৱশ্যে শলগ পোৱা উচিত। কিয়োনো, শলাগ বুনি শীৰ গুণৰ আদৰ। সালো সভ্য দেখতে গুণীৰ গুৰি আদৰ আছে আৰু সেই আৰ চিৰকাল থাকি। কিন্তু শলাগৰ অযোগ্য পাত্ৰক শলাগিলে খোচা- যে কৰা হয় আৰু ভেমেৰা শশাগত শলাগাধি লাগে। খাইমাত্ৰেই বাংলা গাল পায়। কিন্তু প্ৰশংসাৰ কোনো কাৰ নকৰাকৈয়ে যদি প্ৰশংসা পোৱা যায় তেৰে তাৰপৰা প্ৰশংতিনৰ অপকাৰ হে হয়। কালো জাতি, ধৰ্ম আৰু ধৰ্ম্মক মেল বহি নিলা কৰা আৰু যেতিমা সমাজ পাতি বিজিৰ ধৰ্মৰ মানুহেৰে সৈতে একে লগে বহি আলাপ কৰা যায় তেতিয়া কোনো জাতি, ধৰ্ম আৰু শাস্ত্ৰৰ বিষয়ে নিশাঅন কথা ফলে সেই জাতিৰ ৰা মানুহৰ মনত বৰকৈ আৰাত দিয়া হয়। যি লোকে তেনেকুৱা ৰে তেওঁৰ স্বাৰ্থপৰ হৃদয়ে বিনা উৰে। ৰা এলোতে পাপ কৰি নিৰ কু- চৰিত্ৰৰ চিনাকি দিয়ে। কথোপকথন ঈৰা আৰু এয়া ভাবক সমুলঞ্চে মনত ঠাই দিব নেলাগে। ঈৰ। আৰু অসূয়া এই দুয়োলী ৰাখীয়ে ক্ষুদ্ৰমনৰ হিয়াত হে নৃত্য কৰে। কালি আৰু হোৰে য়ে সমসাময়িক আছিল; দুয়ে বি; দুইৰৰ একে দেখতে; দুয়োকে সেই সেই দেশৰ লোকে শ্ৰয় কৰিলি; দুইৰো জীৱনৰ ব্ৰত একে জালি; দুগে পৃথিৰীত অমৰ ৰাখিবলৈ পুৰুষাৰ্থ কৰিছিল। কিন্তু ঈৰ্ষা বা অই তেওঁলোকৰ য়ত এক্ষথেষ্ণলৈকো ঠাই
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৩২
অৱয়ব