পু, ১৮} শিল্প শিক্ষা। ৰে ৰাইমাহৰ মূৰতে বিদায় সব লগাত পৰে। সেইৰৰ নাম ৰে শিৱ পঢ়াশালি কামত বিপৰীত। চতুৰ্থত, পাকিালিৰ টেঙ্ক আৰু চবিত্ত সংশোৰুলতে বহুতে শি বিশ। এ বিষয় ওলাই আৰি সেইবিলাক মাহে নাক ঘূৰিবাৰ সেই শিক্ষা কতো প্ৰয়োগ কৰে। এতিয়া উপায় কি চোৱা যায়। যদি বাৰি দেশৰ উন্নতি হবে লাগে তেন্তে আমাৰ শিল্প পঢ়াৱাৰিত টা ফিতা কা উচিত। সাহিত্যকে শিয়কে একে লগ নকৰি সাহিত্যলৈ বুক্তি (কা মৰাৰু এটা শ্ৰেণীত আৰু শিয়লৈ এৰি কামৰাৰ আন এটা যেণীয় বিভক্ত কৰা উচিত। তাৰ পায় এবষটোত সাহিত্য আৰু শিৱইৰ শিক্ষা দিয়া উচিত, আৰু চিতীয়- টোত কেৱল শিয়ৰ বিষয়ে শিক্ষা দিয়া উচিত। তেনেহলে ওপৰৰবোৰে সাহিত্যিক বুদ্ধিৰে সহজ আৰু চমু উপায় উদ্ভাবন কৰি কাৰ্যত সহায় কৰিব পাৰিব আৰু তৰবোৰে অতি সাধাৰ না, অগণনা আৰু নাৰ-বাৰ পঢ়িৰ পৰা যিমাৰে শাৰীৰিক হাত চকুৰ আৰু যদিৰ কাষত নিযুক্ত হব পাৰিব। ওপৰৰ শ্ৰেণীয়ে পঢ়ি-শুনি আনক শিকাৰ আৰু তলৰ শ্ৰেণীয়ে এত কামেৰে দেশৰ উন্নতি কৰিব। ৰ শ্ৰেণীয়ে যে, সুবিধা লগাই দিলে কাষত উন্নতি কৰিব পাৰিব তা প্ৰমাণ আমাৰ ইেলওৱে কাৰখানাত কাৰ কৰা লেখা পঢ়াৰ নোপোৱা শ্ৰেণীৰ মানুহলৈ চালেই যথেষ্ট প্ৰমাণ পোৱা যায়। আশাৰত এতিয়াও শিৱ পঢ়াশালি দুই এঠাইত বয়ে কতো সংস্থাপিত হোৱা নাই, কাজেই এইবোৰ নিৰ তাত খটোৱাটো অতি সহজ হব। শেখত, শিৱ পঢ়াশালিৰ শিকান বৰ্তমান এখালীৰ শিলৰ যোগ বুলা মানুহ হলে ভাল; নহলে বিশেষ লাভ নাই। লৰাক আজিকালিৰ শিয় জগতৰ আদিৰে আজি কালি নাৰে আজিপি গেৰে কাষ কৰিবলৈ শিকাৰ নোৱাৰিলে সকলো মিছা। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে বোৰ একেবাৰে এৰি নিদি সিহঁতক ঠায়ে ঠায়ে সমাজৰপৰা বা পঢ়াশালিৰপৰা যন্ত্ৰাদিৰে আৰু পাৰিলে মূলধনেৰে সহায় কৰি খান। খিত লগাই দিব লাগে। ভাঙৰ ব্যৱসায়াদিত হত বিবলৈ বিশ্বাসী আৰু উৎসাহী মানুহেৰে সমাজৰপৰা নখে সহায় পাব লাগে আৰু আৰতে কত কাৰ্য্য ব নোৱাৰিলেও উৎসাহীন হৈ একেৰ বাণ নহবৰ কাৰণ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৩
অৱয়ব