{ বছৰ৭ম সংখ্যা। কথোপকথন। "0 how often ours have been idle words and words of sin; Worda of anger, corn, or pride, 0t dcceit, our faults to hide; Envious tales, or strife unkind, Leaving bitter thoughts behind." ককশা পৰমেশ্বৰে মানুহজাতিক সকলতকৈ শ্ৰেষ্ঠ কৰি সৃষ্টি কৰিছে। বিলা শত মানুহজাতি শ্ৰেষ্ঠ তাৰ ভিতৰত আকৃশক্তি এটা প্ৰধান। যি শক্তিৰ । আমি আমাৰ মৰৰ হাৰ আৰু চিন্তাবিলাক পৰস্পৰক জনাওঁ তাকে যাশক্তি বোলে। কনালীৰ দ্বাৰা যি শষ বাহিৰ হয়, জিলাৰ দ্বাৰা সি উচ্চাৰিত হৈ, অং সেই খাত এষাৰ ফুটি, মুখেদি বাক্য বা কথা ৰূপে বাহিৰলৈ ওলায়। এই ব্যাবে জিঙ্কা আৰু কণ্ঠনালীক বাগিৰি বোলে। কথাবিলাক মনৰ ভাৰ আৰু চিন্তাৰ ৰিকাশ মাখোন। আমি পৰস্পৰে বি কথা পাৰ্তো তাকে কখোলফন, কখনমান, অলপ বা কণা-পতা খোল।। যেনেকৈ শৰীৰ আৰু মনৰ উন্নতিৰ নিমিত্তে মানুহে শাৰীৰিক আৰু মানসিক তপ কৰিব লাগে, তেনেকৈ ৰাক্যৰ উন্নতিৰ নিষিখেও কাপ কৰিব লাগে। এই বাত্ময় গুপৰ বিষয়ে গুগৰাল এফই শীতাত যি কৈছে তাক লণ্ড তুলি যিলো- দৰগ বাক সজ প্ৰিয় ছিল। মাধ্যায়ভিসন চৈ যায় তপ চ্যতে। | যি ৰা মানুহৰ মনত যে সম্মায় ঘি বা গ্য, যি খাৰু প্ৰিয় আৰু লোকহিতকৰ, আৰু যি বাক্য। শান্ত্ৰীলোচনাৰপৰা কোৱা হয় সেই ৰাই ৰা পৰ। সে যাই নন-ফানৰ পাৰি ফুলৰ দৰে মন মোহিত কৰে। সেই ৰা কৃষিকৰ পাৰী, ৰ , শোকাৰ্ত শালা, ৰোগীৰ ঔষ, বিপৰ লয়, জণিৰ শক্তি কাপ। সেই একই
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭২৮
অৱয়ব