বাহী। {২ বছ, ৬ষ্ঠ সংখ্যা। যেতিয়া ভৰপুৰ অৱস্থা, তেওঁলেকে মানুষ যজ্ঞ কৰে, তেতিয়াও ইৰাষান ই- এহলৈ যোৱা নে নায়েই কৰে। একো ভুটংয়েই নাই; কিন্তু অন স্বৰ্গলৈ বা নিয়েই হাৰামে লৰালৰিকৈ গৈ পিক দেখা কৰিলে। ইয়াৰ কাৰণ ইয়াকে পোৱা যায় যে নাগলোকৰপৰা ইস্প্ৰং ইমান দূৰৈ যে বাতৰি পোৱায়েই দুৰ; কিন্তু স্বৰ্গ ওচৰতে; এই নিমিত্তেই ইনে অৰ্জুন অহা ৰৰিও পাতে কাক লৈ শোধও কৰিলে। মহাভাৰৰ আমেৰিক পৰ্ষৰ ১ আৰু ৮ জখ্যাত পোৱা যায়, মহাৰাজ যুধিষ্ঠিৰৰ মেৰ খোৰ মণিপুৰ সোমোৱাত অৰ্জন আৰু চিত্ৰাঙ্গদাৰ পত্ৰ মণিপুৰধিপতি ত্ৰুৰানেৰে সৈতে অৰ্জনৰ যুদ্ধ হয়; ৰণৰ বাতৰি পাই লগৰাজৰ জীয়েক অক্ষুনৰ ভাৰ্য উলুপীও সেই ৰখলৈ যায়। অলপ সময়ৰ ভিতৰতে উলুম্বে যুজৰ পোৱা আৰু ৰখলী. যোৱাৰপৰা বুজিব পাৰি ৰে লাগলোক খ মণিপুৰ ওচৰওচৰি। জাদিপৰ্বৰ ২১৫ আখ্যা দেখা যায় কানে বনসৰ সমনুত মহাসাগৰৰ পাৰে পাৰে গৈ মণিপুৰ পায় গৈ। | ৰাৰবিলাকৰ আগত জীৱৰ কথা আৰু ইৰাকান স্বৰ্গলৈ, উলুপী ৰনৰ্থ- লীলৈ আৰু অজুল মণিপুৰলৈ যোৱা কথাটোৰপৰ? না যায় যে নাগলোক- খন কি পিনে আৰু স্বৰ্গৰ ওচৰতে, মণিপুৰ নাগশোকৰ ওচৰত আৰু সমুদ্ৰও মণিপুৰৰ ওচৰত। তেন্তে এতিয়াৰ লগপতেই যে নাগজ ঐৰাৰতৰ ৰাজ্য মাগলোৰু আৰু এতিয়া মণিপুখেই যে অমৰ পুত্ৰ বাহনৰ ৰাজ্য মণিপুৰ, সেই এক নামেই আছে, ইয়াঙ একে সংশয় নাই। সেই সময়ত সমুদ্ধ মেণিপুৰৰ ওচৰলৈকে আমি, কাৰেই কাৰ প্ৰমান; সমুদ্ৰৰ টেনি ছৰ পৰাই কাজৰ নাম হৈছে। | অৰুল লাগলোকেই এ পাঞ্চাল এনে নয়, পাতালৰে, সপ্ত ভূল; এই সও দূৰনৰ এটাই কেই এমৰ ঠাই ৰিকৰিব নোৱাৰিলেও পাতালৰ বিস্তৃতি লা কিছু বালি পাৰি। এশীয়াৰ মাস।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭২৪
অৱয়ব