৭৬৬ শাহী। (২ , সংখ্যা। পত্যিাগ কৰাত, পদাৰ সোঁতত ৰৈ গৈ এক শৰণ্ড লাগি ক্ৰমণ পৰিৰতি হৈ কাৰ্তিকৰ উপ িয়। গৰ গৰ্ভত কাৰিকৰ কেনেকৈ হল এই বিষ আমি মুৰ, কিন্তু এই জানিৰ পাৰি যে গজাৰ পাৰতে কাৰ্তিকৰ উৎপত্তি সময়ে কোনোটা হয়। কোৱা নিশ্ৰয়োজন নে কাৰ্তিক মনী গঙ্গা, গৰ্ত্তৰ গলা হয়, স্বৰ্গৰ পৰা হে।। মহাভাৰতৰ বনপৰ্ব ২৩ লৈকে এই কেইখ্যাত কাৰ্তিকৰ। বিৰণ এটি প্ৰায়। এই মতে এগিৰ তে, আহাই তে পৰ্নতৰ ওচৰৰ কাঞ্চকুত মিগেল কৰাত, সেই সে তাতে পৰিবহিত হৈ কাৰ্তিকৰ উৎপত্তি হোৱা, লোহিত সাগৰৰ দুহিতা লোহিতযোমিয়ে থাত্ৰীৰ কাম কৰি তেওঁক ৰক্ষা কৰিলে। ইয়াতে ইয়াকেই বুজা যায় যে লোহিত সাগৰৰ পাৰতে কাৰ্ত্তিৰ জন্ম সম্বন্ধে কোনো টা হৈছিল। কাৰ্তিক অম্ম সম্পকীয় এই দুই বিষপৰা না গল যে গজানেই নাম লোহিত সাগৰৰ। ব্ৰহ্মপুত্ৰৰে পুৰণি নাম যে লৌহিত্য, লোহিত্তও, লোহিত সাগৰও, ইয়াক সকলোৱে জানেই; আৰু যিষ্ণুপুৰাণ কি জগতৰ এতেও ব্ৰহ্ম পুত্ৰৰ পাৰৰ তেজপুৰেই কাৰ্তিকৰ ঠাই। তেন্তে ভাল কৰি অনা গল যে ব্ৰহ্মপুত্ৰয়েই মন্দাকিনী; একেই বুধিষ্ঠিৰে নৰকাৰৰ শৰ্বত না পাওঁতেই শাখনত উঠিয়েই লগ পাইছিল আৰু ব্ৰহ্মফুগুয়েই বিন্দুমৰোৰ। কালিকা পূৰণৰ ন নামকৰণত হে মন্দাকিনীৰ সলনি ব্ৰহ্মপুত্ৰ আৰু যিসৰবৰৰ সলনি ব্ৰহ্মকুত হৈছে। এতিয়া বদৰিকাৰ নামেৰে যি তীৰ্থ খ্যাত সিও নকল, সচা বাৰিষ্ণাশ্ৰম বিন্দুসৰোবৰৰ পাৰত হে। এতিয়ালৈকে উকুন বিষয় একো কোৱা নাই। মহৰি লেমিশে সৈতে পাসকল উকুৰু পাৰ হৈ গৈবে যৰিকাশ্ৰম পাইনি। দীপৰ জিলাৰ কিছুণ আৰু শিৱসাগৰ জিলাৰ কিছুগেই উকুক। ইয়াৰ সিমিতে আৰু ভাৰত ৰামায়মাদি একে বিচাৰিব নালাগে, পুকালৰ বিষণেই ইয়াৰ অল প্ৰমাণ। পুৰণি ভূৰিণৰ মাৰ শুনি কোনোৱে হয়তো নত সংশয় কৰিব পাৰে। কিন্তু যি ঠাইৰে সময়ৰ সভাৰ খলা তত উঠি না নাৰ লৈছি, যি ঠাইৰ বিধৰণেৰেই বিশ্বৰ ৰে, গৰ, ৰামায়ণ, পুৰাণ, উপপুৰাণ, ৩ আদি সকলো শান্ত , সেই ঠাইৰ ৫ ভূগোলশা নাকি এইটি যেন কোনেও মমত
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭২২
অৱয়ব