বহাগ, ১৮০।] পুৰণি অসাগই ভুমুকি। ২১ দেখিয়েই মহৰ্ষি লেমিশে পাসকলৰ আগত শত লেখা মতে এওঁৰ মলা কয় “এইয়া শিবলিশালিনী মহতী মালিনী প্ৰবাহিত হৈছে। ৰবিকাশ্ৰম এওঁৰ উৎপত্তিস্থান আৰু বেশি। এওঁৰ সেৱক। কাশগামী খলখিলগণে এ ও না না মান্ধা গগনে ইয়তে বিয়ি সমাখা কৰি থাকে। মৰীচি, পুং, তৃ আৰু অলিৰাই এই ঠাইতে পবিত্ৰ ৰেৰে সাৰণ কৰিছিল, দেখে দেৱগণেৰে সৈতে এই ঠাইতেই শ্ৰাত্যহিক পক্ৰিয়া সম্পান ফৰে, তেতিয়া সাধ্যগণে আৰু অগিনীকুমাৰে তেওৰ আগত কৰি থাকে। চল, সূধ আৰু গ্ৰহনই পৰ্যায়ক্ৰমে দিৰে ৰাগিয়ে এওঁৰ সেৱা কৰি থাকে ভগবাল গঙ্গাধৰে গঙ্গাৱাৰ এই সলিল শিৰেদেশত ধাৰণ কৰি সংসাৰৰ স্থিতি বিধান কৰিছে। তোমালোক সকলোৰে সমীপৰী হৈ বিশুদ্ধ হয়েৰে এই গুগল গুগীৰখক অভিবাদন কৰ।" মহাভাৰতন, প, ১৪১ আখ্যা)। লোমশৰ এই বৰ্ণনাৰপৰা লাগল যে মন্দাকিনীৰ উৎপত্তিস্থল বাৰিষাশ্ৰম। ভাৰতৰ উয়োগ পৰ্বৰ ৯৫ আধ্যাত পোৱা খায়, নৰাশে গমতে তপক্ষা কৰিছিল। তেনেহলে নৰনাৰায়ণৰ আশ্ৰমৰিকা গন্ধমালত। মহাৰা, যুধিষ্ঠিৰ গলেও ঘটোৎকচ আদি ৰাসৰ কান্ধত উঠি বহু দেশ, নী, পৰ্বত, অৰণ এৰি এৰি উত্তৰকুৰ পাৰ থৈ থৈ পানিতে বাৰিাম পায় আৰু তাতে বিৰোবৰ নামে সৰোবৰ এখন পায় ভাৰত- বনপৰ্ষ-১৪৪ ধ্য। শৰতৰ শাৰি ১২। অধ্যা পোৱা যায়, আকাশগামিনী মন্দাকিনীৰ উপৰি কাৰণ যান হ্ৰদটি নৰনামুণৰ নিৰ্যাৰ ওচৰতে। ওপৰৰ কথা চাইটাৰপৰা জনগণ যে বদৰিকা গন্ধমান, বাৰিকাৰৰ যিশুসৰেবৰেই মন্দাকিনীৰ উপৰি , আৰু নৈখনৰ দীঘল। মহাভাৰতৰ অনুশাসন পৰ৮৫ ধোন্ত পোৱা যায়, অখিৰ তেল, গঙ্গা গৰ্তত পৰিবক্ষত হৈ, গঙ্গাই পাৰ কৰিষলৈ অসম হৈ মিয়ৰ কাৰতে • আলি বিন আমেৰে যি গীৰ্ষ প্ৰসিদ্ধ, নেয়া যে সকল বাধিকাৰ এই বিষয়ে বেলেগ প্ৰমাণৰ শাৰু সৰুৰে। স ৰিা ওলালেই সেই অঞ্চল এখ।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭২১
অৱয়ব