পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬৪ If [ , ৬ষ্ঠ সংখ্যা। ভগৱান ব্যাসদেৱে যুধিষ্ঠিৰক এবাৰ কৈলাসৰপৰা অমানলৈ নিয়ে, পিছু গন্ধমাদন পাৰ কৰি আকৌ কৈলাস পোৱায়। কুবেৰপুৰী কৈলাসত প্ৰসিদ্ধ, এতিয়া পোৱা গ'ল গণমানত। ইয়াৰপৰা এইটোকে বুখা যায়, স্বৰ্গৰ ঠাই ডুখৰি স্পষ্ট কৰি দেখুৱাই দিবলৈ কোনেও জাল নোপোৱাৰ নিমিষ্টে একে ডোখৰ ঠাইকে, তাই বুদ্ধি, কৈলাসও দোলে, গন্ধমানো বোলে আৰু স্বৰ্গও ফেলে। ৰামায়ণে এইটি গলপ মুকলি কৰিয়েই কয়। হনুমানে ঔষধ নিয়াৰ সময়ত ইত্ৰপুৰী, বৰপুৰী,কুৰেৰপুৰী,শিৱ, দুপআৰু আন আল বেশি আৰু গো সকলোকে হিমানৱৰ একোখতে দেখিছিল লঙ্কাকাণ্ড ৭৪ সৰ্গ। তেন্তে ভাৰতৰ মতে হিমালয়ৰ গমগম নামেৰে পটিৰ ঠাই নিৰ্ধাৰিত কৰিব পাৰিলেই সৰ্গৰ ঠাইও বি হয়। মহাভাৰতৰ অনুশাসন পৰ্মৰ ২৫ আধ্যাত পোৱা যায় যে ইতোষ আ কতোয়া নদী গন্ধমাদনৰ ওচৰতে। ইতোষাৰ আধুনিক নাম কিনি পোৱা নাই কি তোয়াকটো সকলোৱে জনেই। এতিয়া কথা হৈছে, গমাদন কৰতোয়াৰ পশ্চিমে নে পুবে। আগেয়ে দেখুওৱা হৈছে কৌশিকী নদীৰ ওচৰৰ হিমালয় জাগৰ নাম ঋষভ। কৌশিকী হৈছে কতোয়াৰ পশ্চিমে; তে েগন্ধমাদন কতেয়াৰ পূৰে আৰু হিমালয়ৰ টিঙৰ উৰে মহ, কতোষাৰ ফালে অৰ্থাৎ দক্ষিণে। এই গানৰে একণমান অংশ এটি কামৰূপ জিলাৰ হালো পৰ্ণ মুখমণি কৰি ব্ৰহ্মৰ কৰি পাৰে এতিয়াও গন্ধমাদন নামে খ্যাত হৈয়েই আছে আৰু যুধিষ্ঠিৰে গান উঠিয়েই নকা। সেই সংকাৰৰ যি স’লটো দেখছিল, সেই কল এতিয়াকৈকে গুৱাহাটতে নৰকাসুৰৰ পৰ্ষ নামে নানা হৈ আছে। টোকা নৰখাৰ নিমিত্তে যদিও প্ৰমাণ স্বৰূপে কোনো অসুৰ নাম উল্লেখ কৰিব পৰা নহল, পাঠকসকলৰ বহুতে আনে যে নক কিছু দিনৰ নিমিত্তে ইত্ৰ হৈছিল; মহা- ঙাৰ আৰু পুৰাণ উভয়ৰ ময়েই সেই শৰক-ইন্দ্ৰৰ ৰাজধানী গুৱাহাটীকে বুলি জনা যায়। এতে মূল অসষৰে এভাগৰ নাম যে গন্ধমাদন বা স্বৰ্গ ইয়াও সংশয় কৰিৰৰ একো কাৰণ নাই। কিন্তু স্বৰ মাকিনীখনৰ যুধিৰে জুনিক বিচাৰিজন উঠয়েই মন্দাকিনী পায়। যাকিশীক