পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৪৫ বাহী। [ম বছৰ, ২য় সংখ্যা পৰিলে সিহঁতৰপৰা কেতিয়াও সহায় নিবিচাৰে।। কাচিৎ তেনে অবিচাৰ ইলে গুৰুৰ গ আৰু সমাজৰ দৰ সকলোৱে আগভেটা দি অশাক বহু কষে লানা ভোগ নকৰাই নেৰে। দ্বিতীয়ত, সুলত পঢ়া আৰু সদাই ব্যৱহাৰ কৰি থকা যন্ত্ৰৰ ঠাইত নতুন বিধৰ যন্ত্ৰাদিৰ ব্যৱহাৰ কৰা, এই দুই বিষয়তো আমাৰ চহা শ্ৰেণীৰ মানুহৰ বহুতৰ বিপৰীত আৰু আচৰিত ভাৰৰ সমাগম হোৱা দেখা যায়। স্কুলত বাৰ ঠাইৰ বাৰটাৰ লগত ছুই মেসি বহা আৰু একহি-পুৰুষত নোহোৱা কাম কৰা লৰাক আমাৰ চহা সমাজৰ বৰমুয়ালকলে মনে মনে শাও দিয়ে আৰু ফুলৰপৰা ওলোৱাৰ পাছতো তাক অলপ ঘিণ আৰু বিক্ৰপৰ চকুৰে নোচোৱাকৈ নেথাকে। তৃতীয়ত, কাপেকতকৈ পুতেক চোকা, মাকতকৈ আয়েক কাজী হোৱাটো আমাৰু শাস্ত্ৰনিষিদ্ধ; কোনোব। হতে সি পাপৰ ভায়। এই সামাজিকদেষবোৰৰ বাহিৰে আমাৰ জাতিগত আৰু শাৰী- ৰি বহুতে গোষ এছ। শাৰীৰিকৰ ভিতৰত প্ৰথমতে আমাৰ অজাদি কাৰ্যৰ লগত মূৰ যিয়োগ অৰ্থাৎ হাতেৰে বা ভৰিৰে কোনো এটা কাম কৰি থাক্তে আমি তাত আমাৰ মূৰৰ কাৰ্থ অধ্যায় বুদ্ধি এটাই বা একে- বাৰে বাহিৰৰ কথালৈ ৰা বিষয়লৈ মন নিদি একাণপতীয়া হৈ কেতিয়াও নেলাগে। কোনো এটা কামত ধৰি ভাত অলপ আমলি পালেই এখা- ডোখৰীয়াকৈ এৰে। আৰু হাতৰে কাম কৰি থাকোতে মনটো পাটত-ফিয়া মাছৰ পানী টুকি বিয়া থাকে। দ্বিতীয়ত, অলপ পঢ়াৰ গোন্ধ পালেই আমি শৰীৰক কৰি কৰিব লগীয়া কামলৈ আকাণ কৰি ৰাগিছাত না ফতি মী মোমাই মান ৰক্ষা কৰোলৈ। কোৱা বাহুল্য যে আশা দেশৰ বহুৎ মাহৰ লেখা-পঢ়াৰ উদ্দে মহৰী কাম”। তৃতীত, আজিকালি শিল্প পঢ়াশালি হই এঠাইত হলেও তাতে। লৰাই যেছিকৈ সাহিত্য শিক্ষা হে পোৱা যেন দেখা যায়, আৰু পৰীক্ষাত উথীণ হৈ অহাৰ পাহত হাবি টালি কাতিকৈ শৈল নাষি ইত্যাদি ঠাই অধিকাৰ না খো যায়। কাজেই তেওঁবিলাকে শিৰা নিশিকাক আষাৰ মোৰ পিয়তিৰ লগত কোনো সম্পৰ্ক নাই। সাহিত্য শিক্ষাৰ তৰত কৰ বুনি এত কমল থাকি একা শহৎ শৰাই তেনে পালিৰপৰা বলে-