পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহাগ, ১৮৩৩। পুৰণি আসামত মুকি। কাবোসত, নহল। ভীমে দ্ৰৌপদীক আৰু সুকুমাৰ আত্ৰীকুমাৰত দুখন মইবিলাক কাণ্ড কৰি দিয়াৰ কৰুণ কৰিয়েই এওঁলোতো যুখিৰৰ লগতে ওলাল। গৈ তেওঁলোকে প্ৰথমে লাকিনী পাই নাকি মেৱা লংকাৰ কৰি আকৌ কিছুদূৰ গৈ নৰকাসুৰৰ দেহ সংকাৰ কৰা পৰাৰ গ'লটি পায়। ইয়াতো লেমশে ধুধিষ্ঠিৰাজিক কৰে শক ৰিকুৱে ৰ কৰি পিছত ৰাহ তাৰ হয়। তাৰপৰা গৈ বি, সি, কে , গ , ৰ আৰু কিন্নৰসকলৰ বাসস্থান শন উঠ। গত একোণাম গৈয়ে দ্ৰৌপদীয়ে খোজ কাঢ়িৰ সেৱাৰি পৰি যোৱাত, গীতে হিড়িম্বাশন ঘটোৎকচ স্মৰণ কৰি আলি দ্ৰৌপদীক তেওঁৰ পিঠিত দিয়ে; আনিসফল অটো: ফাৰ সৰ আন আন ৰাসৰ কাষত উঠি, উকুৰুৰ আদি পি, একেবাৰে নৰনাৰায়ণৰ আ যৰিকা পাই ৰাৰিলাৰ কাৰণৰা আমি ভাতে যৰিকাৰাগী কবিসকলৰ লগতে থাকে। বিন্দুসৰোৰো ভাতে দেখি যলৈ পায়। কিন্তু কিছুদিন খাকি অৰ্জনক বিচাৰি বিচাৰি এৰাৰ কৈলাস এৰে গন্ধমাদন পাগ, গন্ধমান এৰে আকৌ কৈলাস পায়, আকৌ কৈলাস এৰে আকৌ গন্ধমাদন পায়; এইদৰে ঘূৰি ঘূৰি অমৰাৱতীখন উলিয়াব নোৱা- ৰিলে; কিন্তু অলকাপুৰী পাই তুৰেৰ লগতে কিছু দিন আছে, তেনেতে ইৰে সৈতে অৰ্জন আহি অলকাতে যুধিষ্ঠিৰক লগ ধৰি সকলো মিলি উতি কত দেশ, নখ, নদী পৰ্বত পাৰ হৈ হৈ আকে পূহৰ ৰাজ্য পাগগৈ; ভাৰপৰা আকৌ কত দেশ, মগ, নদী, পৰ এৰি এৰি আকৌ আগৰ ব্যাখ্যক পামলৈ। ব্যাসদেৱে এই সময়তে যুধিষ্ঠিৰাণিক সশৰীৰে ইপুৰীণ নেদেখুৱাই অলকাতে ৰাখিলে; কিন্তু এইটি বুজলে গোদনৰে পাম গৰ্গ; কিয়নো অলকাও স্বৰ্ণ; কিয়নো আলকাও এতে। গমন আৰু কৈলাস লৈ অলপ বেমেগালি দেখা যায়। কালিকাপুষাৰে এষাৰ হলে পক কৈলাস আৰু হাজোৰ গোলে পোনে পুত্ৰ শিপাৰৰ পৰটো গান বেলে; এবাৰ কে এগুৰ ৰ পাৰু কৈলাস এ গণি পৰ্বটাক গমৰ ৰোৰ; দেবীদ্যাগৱতৰ শত ব্যাখ্যাত পোৱা যায়, মাকিনী পান; ৰামায়ণৰ ৰাওৰ ৩) সাত পোৱা যায় মাৰ্কিনী কৈলাম।