পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উত হয়। পুং, ১৮৩১] শিল্প শিক্ষা। চই শ্ৰেণৰ ব্য এমবিবিলাকৰ ভিতৰত যে মান বা কাষ্যদক্ষ মানুহ মোপক্ষে এনে নহয়; মাধোন শিক্ষাৰ অভাৱত বহুৎ কায্য কৰা শক্তিয়ে তলৰ পোনে ঢাল খায় নাইবা সি বিকাশ হবলৈ নেপাই পুলিতে কেৰোণে খোৱা হয়। অকল আসাতে নয়, গোটেই ভাৰততে চহা শ্ৰেীৰ ভিতৰত বাপেকৰ বৃত্তিকে পুতেকে অৱশন কৰা দেখা যায়। বাপেক নিজ বৃষিৰ কৌশল আদি পুতেকক নিজে শিক্ষা দিয়ে বা কোনো ওচৰচুবুৰীয়া বা সম্পৰ্কীয় মিতিৰ-কুটুমৰ দ্বাৰাই দিয়ায়। লৰাই কাম কৰাৰ সময়ত চাই থাকি বা নিজে কামত লাগি সেই বৃষি উপযোগী সকলোবোৰ সজুনিৰ ব্যৱহাৰ নিকি তাৰ পাছত কিছুদিন শিকাওঁতাৰ লগতে পেটে-ভাতে পোহ গৈ কি অৱশেষত এই স্বাধীনভাৱে সেই বৃষিত ধৰে নতুবা কাছে লগত লাখাই যুটীয়াকৈ ৰে। আসামৰ কহাঁৰ মৰিয়া, এৰি মুগাৰ কাৰবাৰী,সোণাৰী ইত্যাদি মানুহেই তাৰ লন্ত উদাহৰণ। এইবোৰ মানুহে শিক্ষাৰ অৱতে আগৰ যাউতিযুগীয়া একে সাৰ একে গঢ়ৰ বস্তুৰ বাহিৰে আজিকালিৰ শিক্ষিত শিল্পীৰ লগত গঢ়-পিটত ফেৰ মাৰি উঠিব নোৱাৰে। তাৰ বহিৰেও সহ আৰু চযু উপায়েৰে গ্ৰত হৈ সস্তা বিদেশী বস্তুৰ সমানে, নিজ বহু মূল হানি কৰি সিহঁতে দিব নোৱাৰাতে ক্ৰাশয়ে তল পৰি পৰিৰি কৰি কেনেকৈ গুৰিকৈ উৱাদিহ হেৰুৱাইছে, নাইবা সিহঁতৰ বেপাককাৰ ধৰিত এলাঞ্জলি দি চোৰ ডকাইত লেত পৰিছেগৈ।নি ব্যবসায় এ পৰিলে এই বিধৰ মানুহে তি| কৰি বা বেয়া উপায়েৰে জীবিকা উলিয়াই সেও তেও আন ব্যৱসায়ত হাত নিদিয়ে, আৰু সৰ্চাকৈয়ে সিহঁত দিয়াৰ উপযুক্ত নয়। আশামৰ ৰজাৰ দিনত মৰিয়াই থানৰ খেতি কৰাৰ কথা সকলোৱে এনে। বৰত এই হোৱাত বিদেশী বস্তুৱে চাৰিও ফালৰপৰা ওঁ ওঁ মুক্তিৰ বেড়ি ধৰি লাগিছে। আমাৰ মানুহৰ শাত যে দোবৰ তা পূৰাই খুপ। প্ৰথমত, কুল বিচাৰৰপৰা ওপজা বিণ। ই আমাৰ অতি গুণনীয় দোষ আৰু উন্নতিৰ বাটত এভাল আচল কাইট। হাজাৰ দুখত পৰিলেও আমি এ বুী মানুহে না শীয়া যে চকুৰে নেগাওঁ বা পহায় নকৰে। আৰু ও মুখ