পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ [ , লং লাৰ খোপত হৰি নিপিছলিলেহে জাতীয় উন্নতি আৰু জীৱনৰ সুখ সম্পূৰ্ণভাৱে সাত কৰা যায়। কোনো এটা ব্যৱসায়ত হাত দিয়াৰ আগতে আমি সেই ব্যৱসায়ৰ উপযোী যদি আৰু সঙ্কুলিৰ ব্যৱহাৰৰ বিষয়ে যি শিক্ষা কৰে। সেয়ে হৈছে শিল্প শিক্ষা। এই সঙ্গুলি ঋৰু শিক্ষাৰ কাম হৈছে আমাক হাত দিয়া কাৰ্যত সিদ্ধিলাভ কৰিবলৈ সহায় কৰি নিৰ্ব্বিঘিনিয়ে আৰু কলৰে কাৰ্যফল লাভ কৰোৱা। যেনেকৈ পণ্ডিত উকীল দাবোগা আদি নি তিন কামত তিন ভিন শিখাৰ দৰকাৰ তেনেকৈ শিল্প শিক্ষা ব্যৱসায়ৰ বিল অনুসৰি বেলেগ বেলেগ। ইয়াকো লগতে কোৱা যাওক যে কেতিয়াবা-কাচিৎ শিক্ষাৰ অলপ সাজস্য থাকিলেও সজুলিৰ লগত নাই বুলি আমি গাঠি কৰ পাৰে।।। হাতৰ সজা-পৰা কৌশল আৰু যজ্ঞাদিৰ ব্যৱহাৰ শিকাটোৱেই পুৰণি আৰু অতি সাধাৰণ শিল্প শিকাৰ আহি আছিল। অলপ পৈণত আৰু চোকা বুদ্ধি লৰাই হলে এনে শিক্ষা পঢ়াশালিলৈ অহা যোৱা নকৰাকৈ প্ৰকৃত কাৰ্যত হাত দিয়েই অতি সোনকালে লতিব পাৰে। কিন্তু আচল শিয় শিক্ষা সি নহয়। আচল শিক্ষাই লৰাক প্ৰথমতে চকু আৰু হাতৰ কাৰ্যত মিল ৰাখি সিহঁতৰ ওপৰত প্ৰভুৰ চলাবলৈ সমৰ্থ কৰে; দ্বিতীয়ত, কাৰ্যৰ গতি আৰু প্ৰকৰণ বুজি পুখানুপুঙ্খৰূপে নিপুণতাৰে সৈতে তাৰ তত্ত্ব সবলৈ বুদ্ধি যোগান দিয়ে। কেৱল কাষেৰে এইবোৰ বিষয়ৰ সকলো সময়তে আঁতিগুৰি ভাঙি তত লোৱা অতি টান কথা। লৰাক কিছু দিন কাৰখানা (workshop) আদি ঠাইত শিক্ষ। দিয়ালে বহুত প্ৰকাৰে সি শিক্ষা পায় হয় কিন্তু সেই শিক্ষা বৰ ডাঙৰ আৰু কৌশলযুক্ত ব্যৱসায়ৰ উপযোগী নহয়; ডাঙৰত হাত দিবলৈ গলে সেই শিক্ষাক বৈজ্ঞানিক উপায়েৰে আৰু প্ৰবল আৰু কামিলা কৰিব লাগে। জাণিত বৈজ্ঞানিক প্ৰক্ৰিয়াৰে কৰ্ম্ম-বিবোক শিৰ শিক্ষা দিয়াত সেই প্ৰদেশৰ বেহা বেপাৰদিয়ে দিনে দিনে চালি ধৰি উঠিছে। কেৱল অতি উচ্চ শিক্ষাৰেহে যে মানুহে শিক্ষাদিত উন্নতি লাভ কৰে এই কথাও অমূলক। অলপ শিক্ষা পোৱা মানুহেও বহুত বিষৰ শিলাদি কাম অতি অনায়াসে আৰু চকুত লগাকৈ কৰা দেখা যায়। অৱশ্যে এই কথা নিশ্চয় স্বীকাৰ কৰিব লাগিব যে উচ্চ শিক্ষা পালে শিল্পী বুদ্ধি আৰু দক্ষতাত যেটি