পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{২ , ৩ সংখা। ভোকেন্দ্ৰ বৰুৱা। গোঙ্কাই গুৱাল।--“ফোকান্দাইৰ মাক ঔ ভোকোলাইৰ মক! বোল কলৈ গল ঔ এইজনী! অনিজ নে ঐ শুনিছ! বাষেধাতীক বিচাৰিলেও পাবলৈ নাই! মেলে শুনি নে।” | ঘৈণীয়েক জেতুকীয়ে লঙৰ হোলিৰ ভৰত সোমাই লাও পাৰিবলৈ বিচাৰি ছিল; গিৰিয়েকৰ মাত শুনি হোলিৰ তলৰপৰা ওলাই আহি উত্তৰ দিলে, “কি হল নো? চিৰ-ৰাশৰখন ৰা লগাইছে কৈলে? মোৰ নেধি কিবা এৰ চৰিল নে কি?" | গোন্ধাই।-“এৱ চৰা নাই; শুনহি! তোৰ কলিকতীয়া পুতেৰে এইখন কলিকতাৰপৰা কি লেখি টিক মাৰি ডাক দি পঠিয়াইছে, চাহিচোল চাহি?” | কলিকতীয়া পুতেকৰ নাম শুনিয়েই জেতুকী উছাহত উতলি লৰালৰিকৈ গিৰিয়েকৰ ওচৰ পালেহি। জেকুকী-"মোৰ ভোকাঙ্গায়ে নো কি লেখিছে? মোৰ বোপাই ভাল আছে নে? মোৰ বোপাই ভাল আছে বুলি শুনিলেই মোৰ বুকুখন শীল পৰি যায়। মোৰ দেখিৰিক কি। ধন-বিত কাপে লে? নৰিত লাগে যদি একুৰি মান ৰূপ পঠিয়াই দিয়। মোৰ দেহিডুখৰিয়ে পঢ়ি থাওক, পঢ়ি থক, বৰ মানুহ হক, মোৰু আন একো নেলাগে।” গোই।—মোতা। তোৰ খেহিডুখৰিক ৰৰিত নালাগে, বৰুৱা ফুকন (বলৈ হে লাগে। তাৰ এই চিঠি আলি ডাকত পাই, ভাত নে। কি লেখিছে পঢ়াই আনিবলৈ আমাৰ ৰেখাৰ গভীৰ ওচৰলৈ গৈছিলোঁ। চিঠিখনত ইংৰাজী দেশী দুই স আছে। ভাগতী পুৰে ইংৰাজী সোপা এৰিও আমাৰ মাজত লেখা সোলা বি পঢ়িলে আৰু শুনি মোৰ শা গোটেইটোত এ উঠছে। তাৰ হেনো জোকোন্দি নামটো কিবা এসইও হৈছি, সেইদেৰি সি সেইটো নাম হিমালি সই কৰিলে। হেলে এন্নিাথৰ মই লৈ চিঠি লেখিলে, কি জোকাই বুলি লেখিব লাগিব; আৰু কৰা কথাৰো ছেলে তাৰ দিকে যোৰাই দিব লাগিব। অৰ্থাৎ আমাৰ জোকোলাই ভোলে টি ই হৈছে নেন।”