যাল, ১৪৩৩। আসা। ইয়াৰ পিত্ত শঙ্কৰদেৱে দ্বিতীয় বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল। গত মাধৱদেৱকে আদি কৰি ১••• ক গৈছিল। এইবাৰ তেওঁ যাওঁতে কীৰৰ মঠ দৰ্শন কৰিছিল। অপমাত চৈ ফেৰে সৈতে তেওঁৰ মেৰা হৈ অনেক শলাগ হৈছিল। পুৰীৰ পৰা বাৰলৈ গেৱে ৰাৰ খোত গেৱে নাখাওঁ বুলি কোৱাত যোৱা নহল। তীখৰৰ উভতি আহি পৰদেৱে পাই- বাউসীতে বিশাজী সত্ৰ পৰ কৰি এমাগত শাৰ পুল মানুসাৰে বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি আছিল। হিড়িম্বৰ ৰাই ৰৰ এচাৰিত ধৰ্ম্ম এ কৰিষৰ ইচ্ছা প্ৰকাশ কৰাভ, মাধৱদেৱৰ হতুৱাই শঙ্কৰদেৱে সেই জাফ দিয়াইছিল। চিলাৰায় সেৱানে ৰামৰা ভাৰ কা ফুলেশ্বৰী পত্নীৰপৰা শঙ্কৰৰ অপশী শুনি শঙ্কৰক যাই নি বৈষ্ণবধৰ্ম গ্ৰহণ কবি শঙ্কৰদেৱৰ শিষ্য হল। শৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম্মৰ এত যে হৈ ব্ৰাহ্ম সমলৰ অৱলম্বিত ষোক্ত ক্ৰিয়াকলাপ ব্যাঘাত হোৱাত ব্ৰাহ্মণসকলে শঙ্কৰলে যে কৰি বলৈ ধৰিলে। কোচৰেহাৰৰ ৰজা নৰনাৰায়ণৰু ব্ৰাক্ষসকলে শৰৰ যি পক্ষে নানা কথা লগাবলৈ ৰাত পাটবাসীৰ পৰাই শঙ্কৰদেৱক ৰাই নিবলৈ মানুহ পঠিয়াছিল। এই বাতৰি পাই তাৰ আগেয়েই চিলাৰায় সেখানে শৰদেৱক লৈ গৈ নিৰ ৰঙ খৈলি। তাৰ পিছত ৰোমৰ ঘৰৰপৰা বাহিৰণেৰে ৰা সাং কৰাও শঙ্কৰদেৱৰ পাণ্ডিত্য আৰু লগেণি ৰজাই তেওঁৰ প্ৰতি যুক্ত হৈ ব্ৰাহ্মণগণৰ ওপৰত বিৰক্তি প্ৰকাশ কৰিছিল। ইয়াৰ পিত্ত শঙ্কৰদেৱৰ পৰৰ অনুৰাগী হৈ পৰিছিল। ৰাৰ দৰবাৰত ভাঙ্গণসকলৰ ওপৰত লাভ কৰি শৰৰে পটষাসীলৈ উভতি আহিল। ইয়াৰ পিছত নৰনাৰায়ণ ৰজাই শঙ্কৰদেৱক আকৌ এবাৰ কোচবোৰলৈ মই নিছিল। এইবাৰো শঙ্কৰদেৱে ৰজাৰ ওচৰত মাহ থাকি পাটবাসীলৈ উভতি আহিল। কিছুদিনৰ পিত ৰাই কে শপেক সিল মানুষ পঠিয়াই নিজৰ ওচৰলৈ লৈ গল। এইবাৰ ই শঙ্কৰদেৱৰ ওচৰত শৰণ লৈ শিষ্য হৰৰ ইচ্ছা প্ৰকাশ কৰাত এতে শঙ্কৰদেৱে নি একাৰ কৰাতো ৰাই নেতমত হৈ আজি তে উপবাসে যাক, কাইলৈ যি হয় কৰা ৰাষ” বুলি কৈ বহালৈ উভতি আহিল। পিছদিনা শঙ্কৰগেৰ বোৱ পলৰ হোৱাত ৰজাই দেল পঠিয়াই ডেক লৈ ঘৰলৈ মানুহ পঠিয়াই দিলে। ৰজাৰ মানুহে কোণ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৯১
অৱয়ব