পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [ ২ বছৰ, ৬ষ্ঠ সংখ্যা। < হৈতে ভূমিতে পড়িয়া। ই গুৱং কৈল অভি ইন হৈয়া টু মিলিবাৰে যায় গেছে পলায় দূৰে। অশখ পামৰ মুঞি না ছুইহ মোৰে। গুটু বিমুগ্ধ হৈল প্ৰভু হষম। টেৰে কহিলা প্ৰভু তাৰ বিৰৰণ। ইহো না স্পৰ্কিহ ইছে। অতি অতিহীন। বৈদিক যান্ত্ৰিক তুমি কুলীন প্ৰবীন। ইহাৰ মুখে নিৰন্তৰ কৃষ্ণনাম শুনি। ওই কহে ভুৰ কিছু ইঙ্গিত গুলী জানি। ইহৰ মুখে কৃষ্ণ নাম কৰিছে নৰ্তন। এই দুই অধম নহে হয়ে সৰ্বোত্তম। গুনি মহাপ্ৰভু তাৰে বই প্ৰশংসিনা। প্ৰেমাবেশ হা শ্লোক পড়িতে লাগিল। ৰূপ সনাতনে অনেক বৈষ্ণৱ পূখি কৰিছিল, কিন্তু সেইবোৰ সংস্ক তত আৰু কৃষ্ণলীলা প্ৰেমৰস প্ৰচাৰৰ অৰ্থে হে, চৈতনশীল। প্ৰচাৰৰ বা ব্যাখ্যা অৰ্থে নহয়। তেওঁলোকে “নাশাস্ত্ৰ আনি লুপ্ততীৰ্থ উৰিল। বৃন্দাবনে কৃষ্ণসেবা প্ৰকাশ কৰিলা সনাতন গ্ৰন্থ কৈল ভাগৱতামুতে। কৃষ্ণভক্তি কৃষ্ণতত্ব জানি যাই। হৈতে। সিদ্ধান্তৰি গ্ৰন্থ কৈল পশম টিপ্পনী কক্ষশীলা প্ৰেমৰ যাহা হৈতে জানি। ৰিঙক্তিবিলাস গ্ৰন্থ কৈল বৈষ্ণৰ আচৰ। বৈষ্ণৱৰ কৰ্তব্য যাহা পাই পাৰ। আৰ শত গ্ৰন্থাকৈল তাহা কে কৰে গণন। মল- গোপাল গোবিন্দেৰ সেবা প্ৰকাশ ঃ ৰূপ গোসাঁই কৈৰ ৰসাত সিহু সাৰ। কুক্তি ৰসৰ যাহা পাইয়ে নিস্তাৰ। উজ্জ্বল লীলমণি নাম গ্ৰন্থ আৰ। কৃষ্ণ লীলা ৰস তাহা পাইয়ে পাৰ। জালকেলি-কৌমুদী আদি লক্ষ গ্ৰন্থ কৈল। সেই সব গ্ৰন্থে ব্ৰজেৰ ৰস ৰিাৰিল।” চৈতচবিত। এইবিলাক যি হক, শৰে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে বলা মত জপ সনাতনেৰ সৈতে তেওঁৰ দেখা হোৱা কথাত আমাৰ সন্দেহ আছে। গলে নালাগে, আমাৰ মনেৰে বৰদোৱাৰ পুথিৰ এই কথা ঠিকেই নয়। শঙ্কৰদেৱে ৰূপ সনাতন কেতিয়াও লগ পোৱা নাই। শঙ্কৰদেৱে তেওঁৰ শেই জোৰা জীৱনত, যখন ৰূপ সমানে কৃষ্ণভক্তি আৰু কৃষ্ণৰ প্ৰচাৰৰ পৰা কথা শুনি তেওঁলোক তেওৰ লগ পাবৰ গ্ৰহ হোৱাটো নিশ্চয়। সেই দেখি হে তেও দ্বিতীয়বাৰ তীৰ্থ ভ্ৰৰণলৈ যাওঁতে তেওঁলোক বৃন্দাবনত দেখা ফৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল; কিন্তু মাধৱদেৱৰ নিজৰ নিমিত্তে সেই কাৰ হৈ নুঠিল।