পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২২ বহী। [২ বাৰ, ৬ষ্ঠ সংখ্যা সতুলে কাটাক, | কালৰে যেনেকৈ শাহ ঐ বিহুৱা কাই!)। ইহি পায় মেলি | গয়ে নিলে, আমৰ নল বুলিৰে মিলি (ঐ বিহুৱা কাই!)। সৰপৰ বঙ্গ, | মাহঁ হেঁ আই। হে। আমাৰ পৃথিৱীলৈ বুলি, ঐ বিহুৱা কাই!।। শতকে জানে, ছেমকে পানে, | বাৰিক মৰাইৰে যেনে (ঐ বিৰুৱা কাই!)। আদৰি তেনেকৈ নতুন বন্ধুটিকে বিহু ডাঙৰীয়াই আনে (ঐ বিহুৱা কাই!)।। লৰাই জুনুকা, সুৰীয়ে ভুৰুকা, খোৱাৰীয়ে খুশিছে চিৰ ঐৰিৱ কাই!)। সংশো, কপোৰ, পিঠাৰ নাই , ঘৈণীয়ে পাৰিছে শিৰা ( ঐ বিৰাফাই!}। হি হাৰি | পৰু গাই ধুৱাইৰে, ভৰাৰ ৰ পৰাৰে ৰাকে ঐ বিয়া কই!)। আম কালও ফল আশাৰে খান-খেৰৰ শৰীৰে আশে (ঐ বিহুৱা কাই।। শ, সাৰে, পদূলি, চোতাল, | ৰেখায়ে কী বুজায় (ঐৱিা কাই!)। মহৰ [ এখন, | গৰুৰ পাতিল, খুন্দাত ই এ লৰি যায় {ঐ যিহুৱা কাই!}। চাৰি ডেকা বহি পচি খেলে কৰে, চাৰিকো চাৰিয়ে চৰে (ঐ বিহুৱা কাই)। সহ পচি মাৰি, | গুখি লইডি, ঢালতে চাৰি যাবে (ঐ যি কই!)। ককাইৰীয়েকে | কৰে পিন্ধানে, সে শাইলে হোক" { ( ফা:}।