গুৰু-চৰিত্ৰ। আৰু এদিন কমলি-ধৰ পৰমানন্দ আকৈ সহিতে ষাড় খৰু টেলি যোৱাত দুই-মুনি খাট পাইছেহি এনেতে ষাঁড়ে গম পাই গুৰুজনৰ খেতি আহিছে ঈশ্বৰৰ মাখা মালতী ফুলৰ মালা গাত পটিৰ পৰা আছিল। পছৰ। কাৰত বাৰি চতুৰূপ ধাৰণ কৰি ফুলৰ মালা বাড়ৰ গাওঁলৈ মাৰি দি দুই হাতে দুই শিগত দুই হাতে দুই কাণত এৰি খাৰ-মুচৰি পাছছেচোক মাৰি লিত ভৰা পুৰা চকু ঢেলাকাই মৃত্যুৰ তুল্য হল। তৈম কাৰ্য্য দেখি চিৰিত হৈ ভয়ত কঁপনি উঠিল। তেতিয়া ডেকাগিৰীয়ে সুধিছে অতৈ কিহল বৰকৈ ভয় কৰিছা দেখো? কলি-ধৰাই কলে, গো-ৰব লাগিল! ভাল হল! কি উপায় হব? এইদৰে বড় অলপ বেলি পৰি থাকি উঠিলৰ মাৰি হাবিলৈ শল। গুৰঈশনে খৰ খৰ বুলি ভয় দেখুৱাত আৰু ভয় পাখি অতি বেগে দৌৰিব ধৰিলে। সেই দিনাৰপৰা সেই বাটেদি মানুহ গলে বড় ওলালে ডেকালিৰীৰ ককৈ বিলি দিলে ভয়ত দৌৰি পলায়। গুৰুদেৱ আতৰ সহিত পৰত আহি ৰামৰামক দেখা পাই প্ৰণাম কৰিছে। কমপি-ৰাই সকলো লোক কোৱাত শুনি আচৰিত হৈছে, গুৰুৰ ভৰিত ধূলা লাগি অহাত চবিয়ে খুৱাই ৰাখিছে; সেই দিনৰ ধূলা হালধীয়া আছিল; আপিও বালি সত্ৰত আছে। কোনোৱে কয় গুৰুজন আমাৰ তিন দিনান্তে কোনোৱে কয় ছোৱালী খোজাৰ পিছত অমাতা সত্য আই পৰলোক গমন কৰিছে। এদিন সন্ধ্যা আইয়ে কলে, লৰা ডাঙ্গ হল, বিবাহৰ ছোৱালী বিচাৰিৰ লগা হল। কুনুৰে কলে আমি খুলি গৈছে। হৰিবৰ গিৰী নামে এন দূঞা অমাথ মহাপ্ৰভু ওচৰত পুত্ৰ কামনা কৰাত স্বল্পত কন্যা এশী লাভ হব বুলি আশীৰ্ব্বাদ পালে আৰু সেই কালনী, কুনু ভূঞাৰ ঘৰত শৰ নামে ঈশ্বৰ অৱতাৰ হৈছে, সূৰ্যৱতী নায়ী ছোৱালীক ৰাত বিবাহ দিবা। এই প্ৰকাৰে আদেশ পাই হৰিৰ ক্ষেত্ৰ স্থাৰপৰাগৰ পালেহি; ফিদিন ৰ থকাত ঝঙ্গা এজনী জন্ম হল, কৰ্ম্ম কৰি ধৱী নাৰ পিলে। এই ফাখনিকে হা সমাৰোহেৰে শৰতৰলৈবিবাহ ছিল। বিৰাহৰ কিছুদিন পিছত কুয়ৰ মৃত্যু হল; বিবিয়তে কালি কৰি সুখে আছে, কিছু দিনৰ পিছত সত্যস্যা আই পলোক গমন কৰিলে; গহম বৰ কৰি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৬৭
অৱয়ব