পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। (২য় ৰছৰ, ৫ম সংখ্যা। মহাগেৱৰ কৈলাস হিমালয়ৰে এক অংশ। এন এ শিক্ষা কৰিবলৈ মালে আৰু ইৰ তালৈ যাওঁতে হিমালয়লৈকে গৈছিল। পঞ্চপাণ্ডৱ দ্ৰৌপ- নীৰে সৈতে ৰাজত্বৰ শেষত স্বৰ্গলৈ মোৰ মল কৰি হিমালতেই উঠিছিল। ৰামায়ণতো পোৱা যায় হানে মৃতুসজীৱনী আৰু বিশ্যকৰণী ঔষধ নিবলৈ এছা হিমালয়তেই ই আমি সকলো লোকপালৰ পৰী দেখিছিল লঙ্কাকা

  • গৰ্শ)। ইয়াৰপৰা আনা যায় যে হিমালয়ৰে কোনো অংশৰ নাম স্বৰ্গ।

এইখিনিতেই এইষ্টও শেয়া উচিত যে অসম প্ৰদেশখনও হিমালৰে অংশ; ইয়াৰ তিৰ জৈৱৰৰ চুঙ্গা, টুকেৰী, কামাখ্যা, হাজো, শিগৰি, ঔৰি, বিশ্ব না, কামাক্ষা, মিৰি, নগা, খাটিয়া, শাৰো আদি পৰ্বতবিলাক হিমালয়ৰ হে ঠাল ঠেলি; উৰ আৰু পূৰ ফালৰ জোট, ডফলা আক মিচিমি পৰ্বতৰতোফায়েই নাই। লিঙ্গপুৰাণত গুৱাহাটীৰ কেদাৰ তীৰ্থ হিমালয়তে বুলি কয়। এই কেদাৰতে ৰাচাৰ্যৰ মৃত্যু হয় আৰু শৰাচাৰ্যৰ মৃত্যুহাল কেন্সাৰ হিমালত বোলা দেখা যায় ( Religious thoughts and life in India by Monier Williams, page 36)। তেন্তে বুজা যায় আগৰ কালত হিন্দু সৰুৰেও অসম হিমালা নিয়েই ধৰিছিল। সপত যুধিষ্ঠিৰৰ আগত নাৰদে লোকপালসকলৰ সাবিলাকৰ না কোৱাত সেই সবিলাক নাতিশীতোষা বুলিও গুণ এটা ৰাইছে। ইয়াৰপৰা জনা যায় সেলে নাতিশীতোষ্ণা ঠাইতে হে থাকিবলৈ ভাল পায়; তেওঁলোকৰ বাসস্থান স্বৰ্গ হিমালয়ৰ বৰফাচ্ছাদিত টিঙৰ ওপৰত নং, হিমালয়ৰ টিৰ ইপাৰেই কি সিপাৰেই মানুহ থাকিৰ পৰা কোনো নামনি ঠাইভ। অনীকুমাৰ দাস। •লিয়াশিনেৰে ৰামৰ এত জায়গা। যদি সে কোকে ধিগণৰ মাকৰ কাম য ৰ যে কোন শশী এম এ খাল বিলে একা একাৰি নয়।