পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাহী। [ ২ বছৰ, ৰ মং জৰে নিৰিত লুলু নৰে গছ এটিৰ ধ্বংসাৱশেষ এতিয়াও আছে। Dেar rang Gazetteer, p. 67, and Dalton's Ethnology, P, 80,) fegefe যে বাগৰ ৰাঙি তালুকৰ নামানুসাৰে এই পৃঙৰ নাম,জালুৰুপুঙ হৈছে। ভালুক পূৰ লিশে ইংৰাজ ৰাজ্যৰ ভিতৰত ৰলিপাৰা নামৰে মোৰ এটি আছে। এ এ এই সাইতে কোনো ৰণত বাণৰ পিতৃ ৰলি পৰিছিল দেখি ইয়াৰ লা লিগ হৈ আলিপাৰত পৰিণত হৈছে। এইবিলাক কাৰণৰ নিমিত্তে এইমই সৰৱ যে কযোৰ এখিয়া হিমালয়ৰ যি অংশ আছে ৰাণৰ চিনপেৰা সেই ঠাইতেই আছে আৰু হিমালয়ৰ এই অংশকেই ক্ৰোঞ্চ শত খোল। ৰাণৰ ৰাজধানী যে শোণিতপুৰ ৰা তেজপুৰ এইটি পুনৰ যে কৰি না। মহাৰতৰ উদ্যোগপৰ্বৰ ৭শ জাব্যাতে আকৃষ্ণক মৰ মুৰ গাৰ ৰণাৰ নিহত বোলা দেখা যায়। কিন্তু বেদব্যাস ভগবান কৃষ্ণ যৈপায়নে একে এতে এঠাইত এক ৰকম আন ঠাইত অন কমে লেখিব এইটি একেবাৰে অসম্ভৱ। কুষ্ণ নৰকাসুৰ আৰু বাণাসুৰৰ নিহন্তা কথাটি এঠাই সুমুৱা বুলি ভাল প্ৰমাণ পোৱা গৈছে; কাজেই ইয়াতো যে এইটি বু ইয়াৰ একো সংশয় নাই। তেন্তে মহাভাৰতৰ সময়ত অসমৰ মমি? আচৰিত! ধন্থ কালিকাপুৰাণ। এইয়েই তোমাৰ কামৰূপী মায়া। এই মায়াৰ প্ৰভাৱতেই তুমি আজি এই কোটা মানুহৰ চকুত খুলি মাৰি থৈছএইখিনিতে মহাৰতৰ গল্প এটি মনত পৰে; গটি অৱখে সুমুৱা। এদিন কৃষ্ণই কৰবালৈ যোৱাৰ অৱশ্যক হাত গৰুড়ক অৰণ কৰিলে; খড় হাজিৰ; তেতিয়া এক ফই গৰুড়ক তোমাৰ ঠোটটি এনে খুনীয়া, তোমাৰ ডেকা দুখনি জেনে খুনীয়া, তুমি ইমান পৰাক্ৰমী, ইত্যাদি নালা ৰকম প্ৰশংসা কৰি সেৱা এটিও কৰিলে, কৰি লাহেকৈ, গুৰি এটি জাঙি চিপ, এটি দি তেওঁৰ কাৰৰ ওপৰত উঠিল। কালিকাপুৰাৰেও কালিকা তুমিয়েই হা, তুমিয়েই কৰ্তা, তুমিয়েই চৰাচৰ এই জগত, তুমি ধ, তুমিয়েই মা, তুমিয়েই সকলো, তুমি বিষ্ণুৰ মায়া; দেশনিকো-- তোমাৰ এইখন লৈ ইমান পৰিত্ৰ, সেইখন সিমাল পৱিত্ৰ, এইট পৰ্বত মান ধুনীয়া, তোমাৰ বাহটি মৃণাল, গুৰিটি পঙ্কজ, কুৰি শখৰ কুৰি চন্দ্ৰ দেখ সয় জগও আলোডি, মোৰ মুখখনি ফেচাৰ মুখকৈ ধুনীয়া।