p, ১৮৩২। পুৰণি অসামত মুকি। যোজিমপুৰৰ অধিপতিও বোখা যায়। তেনেহলে এগিয়োজিৰ পুৰে অসম, পশ্চিমে হল মগধ; এই দুইজন মাখা-মুখিলি মাৰে। কাৰেই কথা, আৰু ৰ ৰাৰ এগৰ অধিপতি দেৰি মূৰ আৰু মৰ দেশ শাসৰ কৰও ৰোলা যায়। তবে সিনিয়ৰ এক অংশ এ নিয়ে গন্তুক পৰ্বষী বেলা যায়। আৰু সেই সময় এৰি দিল পুৰ জাক পুৰ্ণিয়াৰ লিশ ফালে আধা-আৰিলৈকে সাগৰ ৰিত আছিল (যু পৰেশচন্দ্ৰ বন্দ্যোপাধ্যায় কুত বাঙ্গালাৰ পুৰা, এখন ব্যাগ, ১২-১৫ পিঠ)। সেইদেখি ভগদত্ত পূৰ্ব- সত্য। ইয়াত এটা আপনি এই যে এই ঠাইক মহাভাৰতৰ মংস্যদেশ বুলি গহতে অনুমান ৰুৰে, কিন্তু এইটি গাৰণা ভুল। মহাভাৰ মতে সংসদেশ হৰিাপুৰৰ কোণে (অঃ বিৰাট পঃ ৩শ গ্যা)। বিশেষত আগে এই ঠাইডোখৰৰ নাম কে জ্যোতিষ আছিল এইটি পোৱায়েই খায় (যুত পৰেচৰ পোখায় ফুৎ বাঙ্গালীৰ পূৰাবৃত্ত, ১ম ভাগ ১০১ পিঠি। আৰু নকুলে শিখিজলৈ যাওঁতে পশ্চিম ফালেও উত্তৰ-জ্যোতি বুলিৰ গেল এখনি লাইলি ( সা প ৩১শ অঃ)। এই দুই জ্যোতিষৰ পৰ্যৰ নিমিত্তেই যে পশ্চিম ও পশ্চিম উৰৰখনক উত্তৰ-জ্যোতিৰৰ আৰু পূৰফালৰখনৰ প্ৰাগজ্যোতিষ বুলিছিল এই টিমেই খুব সম্ভব। পূৰাণে যে এতিয়াৰ তেজপুৰকেই বাণ ৰজাৰ ৰাজধানী শোণিতপুৰ বুলি, মহাভাৰতে ইয়াকো মিছা বুলি কয়। পুৰাণমতে এ শোণিতপুৰলৈ আহি মহাদেৱ আৰু কেৰু যুৱত হাই ৰাগ ৰ হাৰ ই কাটে। কা। মহাভাৰতত পোৱা যায় দেখে বলি পূহ এক কাব্লিকে যুক্ত ৰা কৰিছিল আৰু শোণিতপুৰত নহয় ক্ৰৌঞ্চ পৰ্বত হে (শৈল্য প ৪ আঃ)। শোণিতপুৰ মানে কোনো সৰ ৰা দে মহাকাৰ পোৱা নাযায়। যে পুৰৰ উৰে হিমালয়ালী অকসকলে যাণৰ বংশৰ বুলি পৰি দিয়ে। তেওঁলোকৰ আকুতি প্ৰকৃতি আৰু এই মহাপ্ৰতাপাৰি ইংৰাৰ ৰা সৰল লোেৰ বেলে চাৰ যৱহাৰ এইবিলাক বিবেচনা কৰি চালে তোেক বিকশিপুৰ বংশৰ হোৱায়েই সৰ বুলি মনে খৰে তেওঁলোকৰ বাসস্থান নিলে গলপ দূৰৈতে শিফালৰ আক্ৰমণকাৰীক ব্যথা নিয়াৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৬১
অৱয়ব