পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি আসামত ভুমুকি। প্ৰথমটো এই যে এই কেই তায়তে আপনি লি দিয়াও গণশিৰ ভিতৰত গণ্য হৈছে। যি যুধিষ্ঠিৰৰ সময়ত গোমেধ পৰ্যন্ত নিত বলি (কঃ আঃ | পৰ্ব ৩ জখ্যা} সেই যুধিষ্ঠিৰৰ সময়তে হাগবাল মহাপাপ?য়িকা এই যে ইয়াতে কপিলদেৱ আৰু তেওঁৰ সাংখ্য শাৰে উল্লেখ আছে। যাৰ ৰচনাৰ সময় হৈছে খৃঃ পুঃ ১২৫০ শতিকা, আৰু কলিগনে জয় « 11 f10 (Civilization in Ancient India, by Mr. Dutta, Intro. duction chapter, page 23)। কাজেই পোৱা হল যে মূল স্তৰত ৰচিত হোৱাৰ প্ৰায় ৬০০ কি • মান বাৰৰ পিছত হে এই আখ্যা ১৯ চাই তাৰ ঠাই লৈছে। তেনেহলে শাভিপৰ্ণ ৩৪ আধ্যাত নহৰৰ বানী প্ৰাগজ্যোতিষপুৰ ষোল কথা আষাৰি মুল ভাৰতৰ বুলি আৰু ধৰিব নোৱাৰি। এই আষাৰ কথা বাদ দিলে, অসম বা গৌহাটীয়েই যে প্ৰাগজ্যোতিষপুৰ এইটি ভাৰতে নকয়। অসম হস্তিনাপুৰৰ পূৰ দিশে; কিন্তু মহাৰাজ যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ সময়ত ভীম পুৰ ফালে দিবিজয় কৰিবলৈ আহি প্ৰাগজ্যোতি পুৰ পোৱা নাই, অৰ্জুনে হে উত্তৰ ফালে দিধিয় কৰিবলৈ গৈ প্ৰাগজ্যোতিষৰ ৰজা মহাপৰাক্ৰমী ভগদত্তক আঠ দিন যুদ্ধ কৰি পৰাজয় কৰে (ভাঃ সাপ ২৪-২৮থ্যা। মহাৰাজ দুৰ্যোধমেও ফৰ্ণক এবাৰ দিগ্বিজয় কৰিলৈ পঠিয়ায়। কইও উত্তৰ ফাল দিবিজয় কৰিবলৈ যাওঁতে হে জগতক পায় (আঃ, মন প ২৫২ )। কিন্তু উত্তৰ বুলিলেই যে ৩৬০ ডিগ্ৰি বাৰিৰ আঁকাচকে ধৰিৰ লাগে আমি সেইটি নকওঁ; সেই আঁকৰ পুৰ আৰু পশ্চিম সকলো ঠাইকেই উত্তৰৰ বুলিব পাৰি। এইদৰে চালে অসকে হনিপুৰৰ উৰ বুলিৰ পৰা যাব পাৰে হয়, কিন্তু বিশেষ প্ৰমাণ নোপোৱাকৈ সৰ ৰা গোলক এল- জ্যোতিষশ্বৰ বোটি শাৰ মনেৰে হে দোলা হয়। এতিয়াৰ গুৱাহাট নামৰ ঠায়েই যে নৰকৰ ৰাজধানী আহিল এইটি মহাজাত পোৱা যায়; কিন্তু সেই ঠাইৰ নাৰ ৰোগজ্যোতিৰ আছিল এইটি পোৱা যায়। এক দেশ এগজ্যোতি ছিল এইটি গৰত আছে; কিন্তু কেন?