পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চণ্ড, ১৮৩২।] কৃপাবৰ বৰুৱাৰ সামৰণি। খত। আজিনি অন্য কি নিলেও একোতে এটি ৰাই যিনা খাজানা মাৰ কৰি দিয়া দেখা গৈছে। সাকৈ হলে ও চাপৰি মাটি লৰ লাগে, মহলে যৰি গৰুৰ গচকা খাই যে হয় আৰু পানী ওল যোবাৰ কাৰণ সি নেয়া হয়। এ চাপৰি কৰিলেই নহয়, তাৰ লগে লগে গুতি কাজ খাই গজাব লগিব। ভাৰ ওচৰতে এখনি বিন খাকিলে জাত, এ পূখৰী। ভাঙৰ হোলা থাকিব লাগে; আৰু একালি ছালৰ কাৰণে দুই-একোণা ভাঙৰ গ সুবিধা বা ভাণ। গৰু চৰোৱাৰ বাৰে পুৱা-খুশি শক তু. গুৰি আদি দানা, মাটি-মাং সিজাই খুওয়া, পাহৰ শুটি, ভিচি খলিহৈ, ঋতৰ নিমনি আদি খুওৱা ভাল। কাম কৰাৰ পাছত গৰুক পাসী বা দাশ পিয়া অনুচিত; দি অলপ জিৰাৱাৰ পাছত দিন আগে; আৰু জালা দিয়াৰ আধা যামান আগেয়ে বা পাছে পাশী দিব লাগে। পুৱা গধুলি আৰু অলপ লোপ চেলেকালে 'ভাল, কাৰ শৰ খাৰাই গৰুৰ পেট চাফ থাকে আৰু পেল আজি হব নোৱাৰে। ৰাতিপুৱাই গৰু চৰোৱা ভাল। গ নিমিত্তে ৰপুৰাৰ বাহ, আৰু নিয়ৰৰ বঁাহ গুল। বৰ্তমান অবস্থাত চমুকৈ কবলৈ গলে,-“পেট ভৰাই খাবলৈ দিয়, গোহালি ভাল কৰা, আৰু তৰা ৰখা এই নিটি কথা কাণসাৰ দিলে এতিয়াও জামাৰ গৰু মই ভাল হব বুলি আশা কৰা ধাৰ। কে, ছি, শপ। কৃপাবৰ বৰুৱাৰ সামৰণি। ( গীত) (সুৰ-মিহলি ) চালণীয়ে কোলে নে নাই তুমি কি ফুট। নহয় নে বাৰু হহি উঠা। হাঁহি হাঁহি আঁহি। মহ ৰে আহি উঠা। তিৰিকুৰীয়াই আনে বিয়াই ৰুৰীয়া; পক। গাড়ি চুৰি কাঢ়ি খৰে নাইকিয়া; শেলে গণাই ডেকলি কৰে ৰঙা ৰ;