পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চত, ১৮৩২। আমাৰ খেতি। ১৯১ ৰিলে বেখা, অং গৰু পিছলি পৰিব পাৰে; কিন্তু তাৰ খবৰে সমান পিটিলে ভাল;জাক মাটিৰ কৰিলে আটাইতকৈ ভাল, ধৰি শুকনে ৰাখি পাৰে, আৰু যদি বাত্তি খেৰ পাৰি দিয়ে, সেই খেৰ ৰাতিপুৱা কাৰ লাগিব। শোহালিৰ এচুকত একাৰ বুলি থৈ দিব লাগে, ডায়। শেলি মুকালে জেকা ঠাইত তাক ছটয়াই দিব পাৰে। দোষোকালিতে গৰু মেলি নিয়া নিয়মটি কৰা বৰ ভাল। জাত হৰি চাবলৈ গোহালিৰ মাজ এবং ধৰা ভাল, আৰু কালি ডহ মহ গুচাবলৈ ধোয়া দিব লাগে। গতিৰ পাত দিলে ভাল। মাজেসময়ে ধুনা, গন্ধক আলোৱা; ফিনাইল, কাঞ্চি আদিৰে মৰিগা ধোৱামেলা কৰিলে খেচৰা বেমাৰৰ গইন কৰে আৰু ৰে। গগাবৰ দূৰৈত পেশাব লাগে আৰু তাক ভালকৈ থলে ছও উকাৰ হয়। ২। -আজিকালি মাৰ দেশত সচলৈ ভe বা বড়ি খ। নিছুম নাই। দুবছৰ আঢ়ৈ বছৰ হলেই তাক বন্ধোৱা যায়; আৰু একোৱাৰ গেয়ে যি ভবাই জাক ফুৰে পৰাই পোৱালি হয়। সেই দমৰা সক, তাৰ অঙ্গ প্ৰত্যঙ্গ পূৰ হোৱা নাই, কোমল থাকে। সেইদেখি তাৰপৰা আমি ভাল গৰু পাবলৈ কেতিয়াও আশা কৰিব নোৱাৰে। এই যে আমাৰ গৰোৰ লাহে লাহে বিজতৰীয়া, টিলেটিপে হৈ 'কাবিলা হৈ প্ৰত্যেক কামতে অলাগতিয়াল হৈ পৰিছে। আগেয়ে মানুহৰ বিশ্বাস জাশি, যে মানুহ মৰাৰ পাছত পুণ্যফৰ পাবৰ কাৰণ এট] নবজান্তা বাদ আৰু এজনী গাই যৰি মেলিব লাগে। বলটোৰ তপিনাত ব্ৰিলৰ চিন থিয়ে; তাকে “বমোংসৰ্গ কৰ বোলে। গিবিহুৰ্তৰ ধৰ্ম্ম হল, মৃতকৰ আত্মা অৰ্গ শাবল, আৰু ৰায় উপকাৰ হল। তাৰ দ্বাৰাই ভাল পোৱালি হব। কিালৰ সোঁতত মানুহে সেইবিলাক হেয় জ্ঞান কৰাত পৰিছেহি। দুই এজন কোনো উপাৰ পুৰুষে বিৰ আৰু দেশৰ হিত চিন্তা কৰিবলৈ সাজিপৰি ওলাই গাৱৰ দল বুঢ়া ৰাতি আলচ পাতি গাৱত এটা লগ ধৰ পৰে, বা পচা ওলি এটা কিনিও শাৰে। আৰু তেতিয়া আমাৰ ভবিষ্যতৰ বাট এটি ওলাইছে বুলি আশা ৰা বঙ্গ। পাৰে গৱে মৰা বৈ তিনি ছলকে জাক ফুৰিবলৈ দিব নালাগে। উৰি ৰল, ভাঙৰ গাই মৰণীয়া পাই, সৰ সৰু গাই, মুন্না আৰু কুৰিলৈ নিৰ লগ। যা খাগেল চান। তাল গাল।