পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৮ বহী। { ২য় বৰ, ৫ম সংখ্যা। ১। গোছালি,-গোহালি যৰ বৰ নে গৰুৰ ঘৰ তাক বুজা টান। শোহা- লিৰ মজিয়া বাহিৰে ভিতৰে সমান, তাত মৃত ডোঙা ৰাখি থাকে, খাহিত বৰষুণ দিলে বৰষুণৰ পানী ছিল বৈ যায়, পিত খিচুনি হয় শৈ। তেৰে অৱস্থাত সেই মূতনি খিচনিত ৰেলি দুপৰলৈকে খাকি কৰ নোম সৰি যাই, লাগে, আৰু নানা তৰহৰ খোৰ বেমাৰ আহি দেখা দিয়েছি। কোনো মানুহৰ ঘৰৰ গোহালি এনে গেৰেফানি যে তাৰ ভিতৰলৈ মানুহ যাবলৈ দিল, পায়। গৰুক কোষাই কোৰাই আনি অপনা মাৰি তাত যুবাই থোৱা হয়। মানুছে তিতা ভিনিৰে কিমান বেলি থাকিব পাৰে আৰু থাকিলে নন কি কি অপকাৰ হয় তুফি ছেকৈ আনে। শৰুক ৰাতি মহে ভাঁহে কামোৰ, সেইদেখি গগাহালিৰ এপিনে আগ দিব লাগে। ধানখেৰ মানুহে মিছাকৈ মাঘৰ বিহুত মেথি সাজি ভেলাঘৰ সাজি পুৰি ধেমালি কৰে, ভাক যদি আলি ৪ দিন দুখ কৰি গোটাই স, তেন্তে গোটেই ৰাৰটোলৈকে মানুহে আটকত শকক দুডাল খেৰ পেলাই গিব পাৰে; কিন্তু তাকে কৰে। তদুপৰি গোহালিৰ গোব। যেৰৰ লো- লোৰে হে আৰু ৰাট দেখি। চাৰি পিনে গোৰৰ সে পতাকা হয়। ভাৰপৰা যে তাপ উঠে আৰু ভাৰপৰাই খোৰ বেমাৰ মাতি শা হয়। কিন্তু এইবিলাক বুজাক বুজাওঁতা মানুষ খুব কম আছে। আমি শৰ ৰাখো, আমাৰ এগোহালি গৰু কি তাৰ একো উপকাৰ মাই। আছে সময় নি। তাকে নোহাৱাই ল'। গোহালি সাজিবলৈ হলে এখমে বই ও মাটি চাৰ লাগিব; টে। স্থাপিঠীয়া আৰু ৰেক্ষিণে মুখামুখি কৰিৰ; যেৰ কেইখন খালৈকে যি আকা উs কৰি খৰ; আৰকালি বা গুৱৰীয় টকে যা তাল পাতৰ ৰা অইন কোনো উপায়েৰে জাগ পেলাই নি লাগে, যাতে গৱে আৰ লেপাৰ। পাৰিলে যেকোল বেলেগ খোটালিত ফেলেগে মূৰ মুৰেৰে গৰু ৰাখিলে বল। মহালে তুলে শৰীগৰ মুখামুখিৈ খাৰি; দুই শাৰীৰ মতে মুখামুৰিকৈ এন এন ও'চাং যে বা হি নিষিকে কৰি যাতে গৰুৰেৰে পাৰে। গৰুৰ ওপৰত চাং পানি খেৰ আলি খোৱা যে যুক্তি ৰছুলা বা ফুটা আদি পৰি যত গৰুৰ চকু ফাতে স্তো হোৱা দেখা গৈছে, আৰু গাৰ লোম গৰি মেয়া মোৰ হব খুব গন্য। আমি শিলেৰে বা টাৰে কৰি শকি