চত, ১৮৩২।] মণিপুৰ যাত্ৰা। ভ্ৰম ভাগিলে খাকে আগবাচে। এইগৰ যোৰ বিপদাশঙ্কাৰ ভিতৰতে মাজে মাজে হাঁহিৰ জিলিকনিয়ে পোহৰ দি খাবলৈ ধৰিলে। গধূলি ৰাৰ খোজ দেখিষেই মোৰ ৰিপৰ আশঙ্কা হৈছিল। কিন্তু এনে দুৰ্ভাগ্যৰ কথা, বাখৰ চকুত ধুকি দিবলৈ ) খোৰ “কলমূত্ৰাচ” কটাৰীখনো মই পাহৰি ঘৰতে এৰি থৈ আহিছিলোঁ। অকল ৰেছে লোৰ গৰি হাতিটোৱে মে অৰুলৈ বাধৰ আগত কি কৰিষ? সেইৰাৰে মই গধুলিতেই, আলিবাটত পৰি থকা টোকোন-মুৰ গছৰ ঠাশ এটাকে মহাস্যৰূপে হাতত ওলাই লৈছিলো। বন্ধু কিনেও দেখা দেখি তাকে কৰিছিল। এৰিৰ লগৰ হলেও এই টোকোন কিভাবে যে আমাক ভালেমান শাহ দিছিল তাত কোনো সন্দেহ নাই। যাতে তত আৰু লাঠি খেলিব নেমে? বেনিয়ে তেনিয়ে এটাঙোন মাৰিলে তাৰ গাত লাগিবই লাগিব। গত নেগিলেও নোমত যে লাগিব তাৰ কোনো সন্দেহ নাই। যেই হক, আমি আগবাঢ়িবলৈ ধৰিলে। কিন্তু আগবঢ়াতো এটা বিশেষ আছিল। আমি কোনেও কাৰে গাছ নপৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈ আগ বাঢ়ি- ছিলো। কিয়নো, পাছ পৰা অনক বাগে পা ফালৰপৰা লাহেকৈ ধৰি পেলালে। তেওঁ টোকোনব স্যৱহাৰ কৰিব নোৱৰাকৈয়ে মৰিব লাগিব। আগত গলে, পাছ ফালৰপৰা হঠাৎ ৰাৰে আক্ৰমণ কৰিব খুজিলে অন্তুতঃ তাৰ এটা আম জাসনী পোৱা যাব। আগত ৰা, বানে খায়” ইত্যাদি প্ৰধান বাক্যত কিবা সত্য আছে নে নাই কব নোৱাৰে। কিন্তু আমি আমাৰ ওপৰত দিয়া যুক্তিকে হে ৰোখত কৰিছিলোঁ। মানুহে কয় “ৰত ঠ'। প্যাচি সৰকাৰৰ চেকেণ্ড বুক” ভালুকৰ হাতত পৰি, উশাহ বন্ধকৈ মৰা ও জুৰি ৰক্ষা পোৱাৰ সাধু আছে। “যাত ঠৰ কথাষাৰত অলপ মুক্তি আছে। কিন্তু ভালুকত মৰ" উপদেশটো কিমান কাৰ্যকৰী কৰব নোৱাৰে। কিন্তু এই সময় আমি যে এইবোৰ উপদেশৰ একোকে পালন কৰিব নোৱাৰিলোঁ- হেনে সেইটো এক ৰকম নিশ্চয়। “টেমিমূৰ নেদেখা এন্ধাৰ। তদুপৰি কেনিও ওচৰত বি গুলাৰ ভিতৰ মানুহ থকাৰ উমান নাই। বাৰ মুলত সহায় পাবৰ নিমিত্তে চিঞৰ মাৰি দিলে আৰু কেইটামান সৰ বাথ ৰ ওলাই আহিবৰ সৰ।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৪৫
অৱয়ব