পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুখগীত। এ লোক যত পাহৰি এৰাৰ | সুখগীত হত নতুন পুৰাত নতুন সুৰেৰে গাওঁ সৰে উলাহত, দিওঁ দূৰ কৰি মনৰ কুঁৱলী, ভিন্ ভাব যেন মেখে সমুনি, প্ৰীতি—পুপালি, ভাই নয় মিলি অননীৰ চৰণত দিওঁ হেপাহেৰে, গাও উলাহেৰে সুখগীত ইত। মিছামিছি কিয় ৱেবহি হি যত অতীতৰ কাহিনী, পুৱা মূৰ সুখ কিৰণ কিয় বিষাদৰ ৰাগিণী। সকলোটি আহি হাঁহি মাতি যায়, কোনোৱে কেনিও উভতি নেচায়, নাচি নাচি আহি, খা হহি হাঁহি, নল অলপ জিৰণি। সেইলেৰে এৰি হাঁহি মাতি যাম, | কিয় বিষাদৰ ৰাগিণী। মূলি আকাশ, মুকলি শৰণী, এনে সুখ সয়, বিহুৰুে পাকাকে তুলি লই একে এতে