পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চত, ১৮৩২।] আসামৰ কলিতা জাতি। ধূলি শ্ৰাদ্ধাদি কৰিলেও যাৰ উদ্দেশ্যে কৰা হৈছিল তেওঁবিলাকে পাই। কিয়নো কৃষ্ণই যেতিয়া মেক মণি বিচাৰি পাতাললৈ গৈছিল সেই সময়তে তেওঁ মৃত্যু হোৱা বুলি ভোগি কৰা হৈছিল। কিন্তু সেইবিলাক কৰ্ম্ম বৃথা যোৱা নাছিল বৰং তৰপৰা তেওঁৰ তা হে খাঢ়িছিল। সেইদেখি মাল বুলি শ্ৰা কৰিলেও সি বৃখা হোৱা নাই। | বহুতে কব পাৰে, আজিকালিৰ দিনত জাতি লৈ ইমাম গোলমাল কৰাৰ সকাম নাই। সেই কথা আমিও শীকাৰ কৰোঁ; কিন্তু আমি যদি জীচ, দোষ, ইংলও প্ৰভৃতি দেশৰ হেজাৰ বছৰৰ আগত ৰোন ৰা হৈছিল আৰু তেওঁৰ বাপেকৰ পুতেকৰ নাম না উচিত তেনেহলে আমি আমাৰ বংশ পৰিয়াল ক'ৰ পৰা আহিল তাকে না উচিত নহয় নে? ইমাতে কলিতা জাতি সশ্বন্ধে জামাৰ বক্তব্য শেষ কৰি কওঁ যে উপবীত নোলোৱা সত্বেও যদি বৰ্তমান অৱস্থাত কলিতাধিকব ক্ষয়িত্ব লোপ পোৱা মই তেতিয়া লে কায়স্থ জাতি শ্ৰেষ্ঠ নে কলিতা শ্ৰেষ্ঠ সেই বিষয় পাঠকসকলে নিজৰ ভিতৰত বিচাৰ কৰি চাব। অৱশেষত আমি আমাৰ বিদ্যঃভূষণ ডাঙৰীয়াক একালৰ কথা শুধি প্ৰবন্ধ শৰ কৰিব নোৱাৰিলে। তেওঁ যে কৈছে যে কায়স্থবিলাক সংস্কৃত হৈ উৰী গ্ৰহণ কৰে আৰু সেই যাবে তেওঁবিলাক কলিতকৈ শ্ৰেষ্ঠ। ইয়াস উত্তৰত আমি বিদ্যাভূণ ডাঙৰীয়াক সোধে। যে তেখেতৰ মতে যদি কায় বিলাক প্ৰকৃত ই হয় তেনেহলে "জই উৰী গ্ৰহণ কোন শান্তা মোদি। কাশীষ তালুকদাৰ। • পাও কি এখনোৱাৰি এই এক লা৷ এইপৰা এই যিয় শেখা বা ময়লাও।