চত, ১৮৩২। আসামৰ কলিতা গতি। হাত পুকক্ষিত নাম কবিতা তেওঁলোকে ৰখা নাই। কিন্তু বঙ্গদেশ আৰু সাম শত হৈ এই নাম এতিয়ালৈকে আছে। বঙ্গেশত কবিতা নামে এক শ্ৰেণীৰ মানুহ আছিল তাক গেইট চাহাবৰ বুৰঞ্জী (Gait's Bengal Report) পটিলে জানিব পাৰি। কিন্তু আজিকালি তেওঁবিলাক বাৰে শ্ৰেণীৰ কায় নামে সকলোৰে ওচৰত পৰিচিত। আসাম এfাও ভাৰতৰৰ আন সকলো দেশতকৈ বিদ্যাপি ধন সম্পত্তি অৰু বেহু। বেপাৰ সকলো বিষয়ে গুগৰ শাগত গতিকে ইয়াত কলিতা নাম আৰুলৈকে চলিত আছে। এই বিষয়ে আসামৰ বত্ব আৰু সৰ্বপ্ৰধান ঐতিহাসিক পণ্ডিত যশীয় যায় গুণাভিৰাম বৰুৱা বাহাদুৰে তেখেতৰ বহুপৰিমৰ ফলৰূপ আসাম বুৰঞ্জীৰ ১৮ পৃষ্ঠাত লেখি গৈছে “অনেকে অনুমান কৰে ৰে পৰবাৰ গুত ক্ষয়িষকলে পলাই আহি ইয়াত বাস কৰে। এই কথা যেনেদৰে লেখিছে তেনে নহলেও ইয়াৰপৰা কোনো ফালত অশ্ৰত এইফালে বৈ অহাৰ কথা যে ইয়াৰে কৈছে ইয়াত সন্দেহ কৰিবৰ কোনো কাৰণ নাই। ফলিতবিলাক ইয়াত পবিত্ৰ মং শুদ্ধ বুলি পৰিচিত। অনেক শিষ্যাদিও আছে। ইয়াৰপৰ! যে ৫ে ওঁলোক কোনো সংলেব লোক তাক সহজে পৰিমান পাৰি। উক্ত ভাষাই আকৌ ওপৰোক্ত বুৰৰ ৭৩৭ পৃষ্ঠাত লেখিছে কলিতাজাতি বহুকাল পূৰ্ষ পৰা অসম দেশত আছে। কৃষিই ইসকলেৰ প্ৰধান ব্যবসায়। শৰ দেৱৰ সমকালতে দেৱগোপালৰ লগত পশ্চিম প্ৰদেশৰ পৰা অহা গয়ও ইতিৰ অন্তত হৈছে। কথিত বিলাকৰ ভিতৰত অনেক মহাজন ও আছে। অৰ্থে জামিল প্ৰতি দৃষ্টি কৰিলেই জাতি কায়স্থতকৈ গ্ৰে। কিন্তু হলবেৰ জ্ঞৰু কুষি ব্যবসায় কৰ বাবে অনেকে হীন বিবেচনা কৰে।” বাস্তৱত পুৰূপে বিচাৰ কৰি চালে দেখা যায় যে কলিবিক ক্ষত্ৰিয় ভিন্ন অন একে তিৰ মানুহ নয়। তেওঁবিলাক বৈশ্য আৰু শু; জাতিৰ মানুহ নহয়। কাৰণশ আৰু শূদ্ৰ জাতিৰ মানুহ অসমত আছে। অসাত এটি বিশেষ এই দেখা যায় যে ইতি যক্ষ্মণ উপাধিৰ ক্ষত্ৰিয় কৰি মানুহ নাই অথচ পৰিবৰ্ম্মে কলিতা নামে এটি বৰ্তমান ভাৰতবৰ্ষৰ আন ঠত নখকা জাতিৰ মানুহ আছে। ইয়াৰ বাবাগো নিৰ পৰা যায় যে কলিৰিক কৰি। এই বিষয় বোধ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৩৭
অৱয়ব