পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [ , ৪ৰ্থ সংখ্যা। তুৰি পূৰ্ণণৰ আমাক সেৱা কৰিব নাপায় বুলি কোনেও হাকো দিয়া নাই। এই কৃষ্ণৰ মুখে যে যাসদেৱে এই কেইখ্যায়ৰ মতে আত্মগবি প্ৰকাশ কৰোৱাৰ ই অসম্ভব। আৰু দেখা যায় মহাভাৰতৰ সময়ত উপাস্যদেৰ দেবী। ভিতৰত শিৱ আৰু দুখীয়েই আছিল। আগে লগে সূৰ্য আৰু অগ্নিকে পুজা কৰা পোৱা যায়। যি কৃষ্ণৰু তাৰ প্ৰমাণ কৰোৱা মহাভাৰতৰ উদ্দেশ্য সেই কৃষ্ণৰ হতুৱায়েই আগৰপৰা শেষলৈকে শিৱপুজা কৰোৱাই আহিছে এই কেইখ্যাত লেখা মতে বিষ্ণুৰ মহিমা সেই সমত প্ৰচাৰ থকাহেভেন অৱশ্যে কাকো বিষ্ণু পুজা কৰা দেখা গলহেতেন; কিন্তু মহাভাৰতৰ কোলে। ঠাইতে ফাকে। বিষ্ণু পুজা কৰা দেখা নাযায়। এই এটাইবিলাক বিচাৰ কৰি চাখে এই কেইখ্যা বে সুমুৱা ইয়াত একে সংশয় নাথাকে। কথা হৈছে আৰতৰ যি দুই পৰ্ব সাংসাৰিক আৰু পাৰমাৰ্থিক তত্ত্বেৰে ভৰা আৰু সকোৰফৰ জ্ঞানমুলক আৰু আন আন নীতি কথাৰে পুণ সেই শান্তিপৰ্ব আৰু সুশাসনপত বিষ্ণু সম্পৰ্কে কোনো উল্লেখ নেদেখি এই বৈষ্ণৱ প্ৰক্ষিপ্ত কাৰনে তেওঁৰ ৰচিত এই জাখ্যা ১৯টা ইয়াত সুমাই দিয়ে দি কিজানি কো- মোৱে অবিশ্বাস কৰে এই হয়ত “এই নাৰায়ুনফ যি নামানে সি নৰকলৈ যাব বুলি” দোহাই দিয়ে; আৰুৰতৰ যতে হতে শিৱকে দেখি তেওঁৰ আক্ৰোশ ইমান দূৰলৈ গল গৈ যে মহদৱৰ নীলকণ্ঠ নামৰ এটি নতুন ব্যখ্যা উলিয়াই দিলে। ব্যাখাটি এই যে, এদিন মহাদেৱ আৰু ৰিৰ অলপ কাজিয়া খাত বিষ্ণুৰে নহাৱৰ কণ্ঠ হাত দিলে, তেতিয়াৰেপৰা মহাদেৱৰ কটি নীল বৰণীয়া হল। হাত টিপাটি আৰু খেৰি কেইটি অৱশ্যে আল কৰিয়েই হৈলি চালৈ নহলে ইমান দিনেও লা সাচ নাথাকিলৰেলে। যি সদৱৰ ঈৰাৱতাৰ ফুৰ যি মহাদেৱ আৰাধ্য দেৱতা- সেই ব্যাসদেৱৰ কাণৰ এনে হচি। ই একেবাৰে অসম্ভব। এইবিলাক কথা এৰি দিলেও এ দুটি প্ৰমাণ পোৱা যায় খাৰৰা এই অধ্যায় ১১টা ৰে মহাভাৰত ৰচনাৰ ফেইৰ শতিকাৰপিত সুমুৱা হৈ ভাত একো সংশয় থাকে। 1 বনীকুমাৰ না।