পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। [ বা, ৪ৰ্থ স্যা। ty বা বাণ; কোনটি? কালিকাপুৰাণৰ কথাত অলপ সংশয় হয়। আৰু দেখা যায়, কালিকাপুৰাণে কামৰূপৰ ভৈয়াম ভাগৰ হে ৰৈ আৰু গৰ্ব্বত আদিৰ বিবৰ দিছে, পৰ্কত ভাগৰ ফালে প্ৰায় নিমত। ভুটীয়া পৰ্বতটি সদায় পাজৰে ভিতৰত হৈ আহিছে; কুমাৰ ভাস্কৰ বৰ্ম্মৰ দিনতো কামৰূপৰ ভিতৰত। ধৰিবলৈ গলে ভুটান স্বাধীন হোৱা ৩৫ যৰমাম হে হৈছে, কিয়নো নৰনাৰায়ণ ৰজাৰ ছায়েক বৃসিংহ কোচবিহাৰৰপৰা খে খাই গৈ ভুটানৰ ৰা হোৱা পোৱা যায় (History of Assam by Mr. Gait, page 4৪)। কিন্তু কালিকাপুৰাণত ভুটানৰ নাম-গন্ধই নাই; আৰু অনুষ্কৰ হয় সেই নিমিত্তেই এওঁ কামৰূপৰ সীমাটি খোললাছকৈ নিশি কাজ ৰূপৰ সে। মাতে কামাখ্যা মন্দিৰ বুলি ভুৱা দি থৈ দিছে। কথা বৰ গুৰুতৰ; কালিকাপুৰাণৰ কথাত ঘোৰ সন্দেহ হয়। ৰজাসকল যে অনাৰ্য্য বংশ এইটি নিচেই অসৱ। বি কামৰূপৰ নাম শুনিলেই গোটেই ভাৰতৰ ভয়ত থহৰি, যি কামৰূপৰ নাম শুনিলেই গোটেই ভাৰতবৰ্ষ ভক্তি গদগঙ্গ, যি কামৰূপৰ পদত এই ২০ শতিকাতে। গোটেই ভাৰতবৰ্ষ অত মানুহে গুৰ সময়তো কাশৰূপ থকা পূৰ্ব দিণে মুৰ পি হে শোৱে, যি কামৰূপত দেবী গৃহে গৃহে, সেই কামৰূপ অসুৰৰ ৰাজ্য? সেই কামৰূপ পাণ্ডববৰ্জিত দেশ? ই একেৰাৰে সৰ। কালিৰপুৰাণে নিজকে নিয়ে বিমানেই পবিত্ৰ বোলে, যিমানেই গুপ্ত কথা কোৱাৰ ভাও ঘৰে, এই কলো অতি ভক্তি চোৰৰ লক্ষণ বুলি হে মনত হয়। সেইদেখি এওঁৰ কথাতে সয়ত নগৈ আমি হিন্দুৰ চাৰিও বেদৰ সাৰ সংগ্ৰহ পঞ্চম যে মহাভাৰত, আদি বেদ ঋকবেদ অলি আম ২ শাস্ত্ৰ আশ্ৰয় লোৱা যুগুত। মহাভাৰত যি নাই আন কোনো প্ৰস্তুতেই নাই। সেই মহাভাৰতে নো এই বলা অসমৰ বিষয়ে একো নকৰ নে? অৱশ্যে। এই সময়তে এইটি কোৱাও আৱশ্যক যে মহাভাৰতৰ কথাও অলপ সাবধান হৈ হে গ্ৰহণ কৰা উচিত; কিয়নো, কালিপৰা ৰষ্টোৰ নিচিনা ৰত ৰটোতই তেওঁলোকৰ নিজৰ নিজৰ চমা বাত্ম বেব্যাসৰ নাম লৈ মহা- ভাৰতত সুমাই দিছে। সেইবিলাৰু ৰচনা ৰাছা শিংকৈয়েই আমাৰ সংখ্যা তীত; কিন্তু যিবিলাক কথাৰ ৰঙৰ আৰঙৰেপৰা শেষলৈকে সামস্য দেখা