বাহ। ছি, ১৪ সং একে দশ-বিদিশ তোলপাৰ লগাব। আমাৰ গাৰপৰা যি গেম গৈ। ঠাইলৈ প্ৰকৃত আসমান বাহিলে আমি এইদৰে গুৰু লাগি থাকিব নোৱাৰে। নিশ্চয় নিব। এইবোৰ পাৰৰ প্ৰধান উপায় ঋন উপানি, বিদ্যা উপাৰ্জন আৰু মাতৃৰ উন্নতি সাধন। স্বদেশৰ আৰু গতি উন্নতি আৰু মঙ্গল-মণি সিংহদুয়াৰ হৈছে মাতৃভাষা এল মাতৃভাষাৰ সেৱক হৈ প্ৰগাঢ় ভক্তিৰে তাৰ কুশলৰ অৰ্থে নিৰ এই নশ্বৰ নেহৰ সকলো ত। সমৰ্পণ কৰি আমি একীয়। ভাৱে আমাৰ কৰ্তবঃ কাম কৰি গলে নিশ্চয় অচিৰতে মঙ্গলপ উন্নতিৰ কিৰীটিয়ে আসাম আহৰ পবিত্ৰ মূৰ শোভা কৰিব, আসাম দেশৰ ইমূৰৰপৰা সিমূৰলৈকে আকৌ সুখৰ সুৰতল মশ মলয়া পৱন বৰ, আকৌ শাস্তি সুবিমল জতিয়ে আসায় আকাশ পোৰ কৰিব, আকৌ জ্ঞানৰ ওখ পতাকা অসীম-আইৰ পবিত্ৰ মন্দিৰৰ চুড়াত উৰিব, আকৌ আসামৰ সম্পৰৰ বাতৰি মহাবাহু বহ্মপুত্ৰই দেশ বিদেশ আনন্দ মনেৰে বিলাই ফুৰিৰ, আতে আসামৰ লুপ্ত পুৰণি গৌৰৱ নীলাচল পবিত্ৰ শিখতে অম্লান বদনে পূৰ্ব পশ্চিম উত্তৰ দিশত প্ৰচাৰ কৰিব, স্বৰ্গৰ পৰা সেৱাসকলে অসমীয়াৰ মূৰ আৰাৰ পাৰিজাতপ বৃষ্টি কৰিব আৰু আমিও আমাৰ ইহম সচ্চল কৰি নিক ধ মানিক। অসমীনাথ বেজবৰুৱা। কলিকতাৰ সমীয়া ছাৰৰ সতাত পঢ়া হৈছিল।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬২
অৱয়ব