পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফাগুন, ১৮৩২।]      পুৰণি আসামত ভুমুকি। nbsp;    ১৬৭

ম্যাদে ২ বৰ গুঢ় মন্ত্ৰবিলাক দিয়া নাই। যি হওক, যি পাইছোঁ ইয়াতেই আমাৰ কাম চলিব। দেখা যায় অকল কামৰূপৰ নিমিত্তেই এইখনি পুৰাণ ৰচিত। কামৰূপৰ ভৈয়াম ভাগৰ এনে এখন নৈ নাই, এনে এটা পৰ্ব্বত নাই, এনে এখন জাৰণি নাই, যি কালিকাপুৰাণত ঠাই পোৱা নাই, আৰু এই সকলোবিলাকেই মহাতীৰ্থ। সেইবিলাক তীৰ্থৰ মহিমা আৰু ঐতিহাসিক বিবৰন শুনিলে মনত হয় যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, ভগৱতী দুৰ্গা, কালী, দেবৰাজ পুৰক্ষৰ, বায়ু, বৰুণ-কুবেৰ আদি সকলো দেৱ দেৱীয়েই বাসস্থান এই কামৰূপেই। অৱশ্যে হোৱাৰেই কথা, নহলে গোটা ভাৰতৰ ভিতৰত কামৰূপ ইমান লামজলা হয় কিয়? কিন্তু দেখা যায় ইয়াৰ ৰজাসকল এটাই বিলাকেই অনাৰ্য্য বংশীয়; মহীৰঙ্গ দানৱ, হটক অসুৰ, শম্বৰ অসুৰ, ৰত্ন অসুৰ, ঘটক কিৰাত,নৰকাসুৰ আৰু ৰাণাসুৰ আৰু নৰকাসুৰৰ পুত্ৰ ভগদত্ত এইসকল ৰজাৰ নামেই কলিকাপুৰাণত পোৱা যায়। এটাই কেইখনেই অনাৰ্য্য বংশীয়। এই অনাৰ্য্য দেশত ইমান ডাঙৰ ডাঙৰ মহাতীৰ্থ বিলাক হল কেনেকৈ?


ইয়াৰ ব্যাখ্যা এক কষ এই যে ঘটলৈৰে আগৰ ৰাসকল অমাৰ্য্য বংশীয়; নক অনাৰ্য বংশীয় নহয়, গবান বিষ্ণু আৰু ভগৱতী পৃথিৱীৰ পূত, মিথিলাৰ নকৰা এতিপালিত। তেওঁৰ নিৰে পৰা কামৰূপত ভাসবিলাকৰ ঔপত্তি; পিছত তেওঁৰ ৰাৰ চৰিত্ৰ কাৰৰ নিচিনা হোৱাত হে তেওঁ অনুৰ উপাধি পাইছে। কিন্তু এই ব্যাখ্যা সন্তোষ অনক নহয়, কিনল, এই কালিকা পুৰাণতেই পোৱা যায় যে নৰকৰ আগয়েই কামৰূপ কামাখ্যাতী আলি। আৰু পোৰা যায় যে নৰকৰ ৰাখালী প্ৰাগজ্যোতিষপুৰ অলপ জানতেই বাৰৰ বাণী শোণিতপুৰ। এই বাণাসুৰ নৰকাৰৰ সমসাময়িক। ভেনেন না তাৰিলাৰু শোণিত পুৰৰ পশ্চিমেই হোৱা উচিত; কিন্তু আমি কামৰূপৰ পূৰ্যসীমা সদিয়াৰ তামৰ মন্দিৰলৈকে গলাগে মিচিমি পৰিও বহু দূৰৈত হিত পণ্ড লৈকে তাইৰে না দেখিলে পাওঁ। মা যখ্যাও লিপল মতে এই যে নৰকে কি কি খেদি দি পুলিৰে ললিতা এবং লগীয়াৰ কাৰৰ গিৰলৈকে তেওঁৰ ৰাজ্যৰ ভিৰ কৰি লয়। এ যেন গোটেই কাৰে ৰা ৰক, এই ফেলে কামৰ জগত শোণিতপুৰৰ