পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসামত ভুমুকি। অসম ৰা অসম প্ৰদেশখনৰ নাম সম্বন্ধে নানা মত। গল্প ৰা গুণ। ঙিৰাম বৰুৱা বাহাদুৰে তেওঁৰ অসম বুৰঞ্জীত আসাম নামৰ উপৰি মধ্যে দুটি ব্যাখ্যা দিছে; এটা এই যে, এই অসম প্ৰদেশমত বড় পৰ্ব থকাৰ নিমিত্তে ইয়াৰ মাটি অসমান, সেইদেখি ইয়াৰ নাম অসম হৈছে। ২য়টি, যেতিয়া ইয়াত অহমসকলে ৰাজৰ কৰে তেওঁলোক বৰ পৰিত আছিল, তেওঁলোকৰ সমন কোনো নাছিল, সেইদেখি তেওঁলোকৰ নাৰ অসম বা অহম হল আৰু তেওঁলোকৰ ৰাজ্যখনৰ নাম অমৰ হল। ইংৰা পণ্ডিতসকল কিন্তু এই ব্যাখ্যাত মন্তি নহয়। দৰাচলতে বাটত এনে কেট। মন দুৰ্ভেদ্য গড় আছে যে সেইবিলাক পাৰ হৈ অসম নামৰ উপৰি ঠাই পোৱা বৰ টান; কিন্তু আশেপাশে ইমানবিলাক সুকীয়া বাট আছে যে, ইমান দিনেও সেই ঠাই নোপোৱাটো কামৰূপী মায়াকে হে বুলিব লাগে। | আমাৰ সুসভ্য ইংৰাজ ৰজাই পুৰণিতবিলাক উলিয়াবৰ চেষ্টা কৰাও তেওঁলোকৰ এটি গুণ আৰু ইয়াৰ নিমিত্তে তেওঁলোকে বহুত পৰিশ্ৰম আৰু খনও ব্যয় কৰিছে। আমাৰ ওচৰৰ দেশত আজিকালি বহু মই জন্ম গ্ৰহণ কৰি ঋগে, ভাৰত, পুৰাণ আমি হিসুৰ কিৰ যশা খাত তাঞ্জলি উলিয়াই পুৰণি তত্ত্ব উলিয়াবলৈ সকল ব্যটকেই যে লুৱা কৰিছে এনে নহয়, আজিকালি ঠায়ে ২ সাহিত্য পৰিষদ নামেৰে সতা একোলি পাতি সেই বিষয়ে চেষ্টাও কৰিছে। আমি এই সকলৰ ওচৰত দেয়। সহায়ৰ বাৰে কৃতজ্ঞতা স্বীকাৰ কৰি সেই ঠাই পাওঁ গৈ বুলি খোজ ধৰিলে। অসম নামটি জানিবৰ হলে ইয়াৰ চৰণ বুৰঞ্জী অনাৰ আৱশ্যক। এই ৰজাসকলৰ দিনৰপৰা ইয়াৰ বুৰঞ্জীও আছে; বিন ইৰ এগৰ ছোৰ মোৰ এৱাৰ, কেৱল দুই এৰি ভাৰৰ কলি আৰু দুই এত দিনে পৰিাকৰ লেখাই মাজে মাজে বিজুলীৰ কৰুমকনিৰ নিচিনা পোহৰ দিয়ে। চল নেৰ পৰিত্ৰাজক হিউয়েনচাঙাথৰ অনা যায় যে য় ল শঙ্খ