চিঠিৰ উত্তৰ। মাননীয় শ্ৰীযুক্ত লক্ষণীনাথ বেজবৰা, ৰাহী গৰু সৰীপে। সম্পাদক ডাঙৰীয়া, অপোৰ বাহীত যোৱা মধু যাৰ ২য় সংখ্যা প্ৰকাশ হোৱা ৰে অসমীয়া ডাঙৰীয়াৰ চিঠিখনি পঢ়ি মনে মনে থাকিব নোৱাৰিলে। মুঠতে কওঁ, সেই চিঠি বাঁহীত প্ৰকাশ কৰি আপোনাৰ বিখ্যাত কাকতৰ অখ্যাতি হে কৰিলে। অধিকন্তু, আপোনাৰ নিচিনা। এনে এনে মূলক অসাৰ ভৰাৰু এবষ পোত সদৌ অসমীয়া ৰাইৰে বিশেষকৈ শিক্ষিত সমাজে মৰ্মান্তিক বেজাৰ পাইছে। তেখেতৰ এনেকুৱা অৰ্থাৎ প্ৰথমতঃ ভেটি নাইকিয়া, দ্বিতীয়তঃ যুক্তিৰ মুৰ খোৱা আৰু কাজেই অকল ভুল হয় ওপৰঞ্চি হাই ভোলা আচৰিত সিদ্ধান্তপুৰ্ণ নামনি-সামৰ মাতৰ বিষয় প্ৰবন্ধই যে বঁটা পাৰ অৰ্থা ভেবে ৰ মতে, আপোনাৰ কাকতত প্ৰকাশ পাব, ই আমাৰ নিতান্ত অসহনীয়। আশা কৰে তলত লিখা কথাখিনি প্ৰকাশ কৰি তেখেতৰ নামে উৰ্গি থোক টাটি আমাক বিষ। উপযুক্ত প্ৰবন্ধই পুৰস্কাৰ পালে আমি আনন্দ পাওঁ। কিন্তু সম্পূৰ্ণ উপযুক্ত যে সময়েই অথচ তেনেই অনুপযুক্ত এজৰ কাৰণে বঁটা পাতে, মিছা কথা লে কি হব, আমাৰ চকু লোৰে। সেই চিঠিখন আমি তিনি কি চাৰিষাৰ পঢ়ি বুজিলে ডাঙৰীয়াৰ চিঠিখৰি নিতান্তু সৰল ভাষৰ নহয়। খেতে কামৰূপীয়া আৰু অসমীয়া ভাষা মানে কি বুজিছে আৰ এটা ঘিৰ সিদ্ধান্ত কৰিব নোৱাৰিলে। এৰৰ কোনো ঠাইত কামৰূপীয়া ভাষাৰ মানে অসমীয়া ভাষা, আইন ঠাইত আকৌ সেই কথাৰ অ নামনিৰ মাত কখা বুলি হে ওলাইছে। কোনো ঠাইত বিলেৰ জাত পৰি আমি এনি পাল।। এশিয়া কালো লি। এবী না।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬০৫
অৱয়ব