কা, ১৮৩২] কৃপাবৰ বৰুৱাৰ সামৰণি।। লাইট-কেপ পিজি ফুৰাৰ কথা কৈ তেওঁৰু যি কৰিবলৈ যাওঁ, তেন্তে মেকি সেই সম্পাদক মহাশয়ে কি বুনিষ? শেহত ইয়াফে অনুমান হয় যে এই চিঠি লোভা বিদেশী নে অসামত কি ঘটা পইচা কেইটা শিশু তেওঁৰ দেশ বলা মলুলৈ পঠিয়াই আসাতে এ কৰি ৰাখিছে। বাহী সম্পাদকৰ নিচিনা নিশ্চয় তেওঁ কৰা নাই। এইবাৰ বনুৱাৰীৰ সম্পাদক ঠেকত পৰিল। দুখীয়া অসমীয়াৰ বা এই চিঠি লেখেজনক ওপৰত কোৱা কাৰতে antiquarian অৰ্থ প্ৰতত্ত্ববিদ বুলি চাৰ্টফিকেট দি ৰাইজৰ আগলৈ আগবঢ়াই দিছে। আমিও প্ৰমাণ পাইছে। যে তেওঁ “এষ্টিকোৱেৰিয়াণ” অৰ্থাৎ এত্বজ্ঞ; কাৰণ, “তোহ নাই” শব্দটোৰ কেনে প্ৰত্নতত্ত্বটো তেওঁ উলিয়াইছে একা! তিনি গৰাকী মানুহে তিনটা কাম কৰিব পাৰে। যখা,—(১) ফোন লোকে প্ৰত্নতত্ত্বৰ ভাল সিংহটো মাৰিও লাজতে কাকো নকৈ মনে মনে থাকিব পাৰে। (২) কোনোলোকে তিন দিন ধাপ দি “তোহনাই” নামৰ নিগনি-পোৱালি এটা মাৰিয়েই কোনো বাতৰি কাকতৰ পিঠিত অয়ঢোল কোবাই দি প্ৰত্নতত্ত্বজ্ঞ হব পাৰে। (৩) হাঁহিৰাম বৰবৰুৱাই এই জপুৰৰ ধেমালিটো দেখি ইং হায় কৰিব পাৰে। ভাহানি ৰাসা বুলি আমাৰ লগত এন এন্টিকোৱেৰিয়া আছিল; ক্ষেওঁ প্ৰত্যানুসন্ধান কাৰোঁতে কৰতে মান —ত পৰিলি গৈ ৰে সকলো বস্তুৰে মুসল নকৰি নেৰিছিল। আমি এদিন তেওঁৰে সৈতে একেলগে বহি ভাত খাওঁতে তেওঁক সুধিলে, “মপ্ৰমাদ কাই, ভুজুলুক কথাটোৰ প্ৰত্নতত্ত্বটো কি?" তেওঁ একোষাৰেই ফলে—“ভীষণ জল লুকাই আছে যত, এই কথাৰৰপৰা দুলুক হৈছে।” সেই দিনাই আমি ৰামসাং কাইক প্ৰত্নতত্ত্বজ্ঞ পণ্ডিত ডাক্তৰ ৰালেঞ্জ লাল মিত্ৰৰ হাতত পড়াই দিবলৈ লৈ গৈছিলোঁ; কিন্তু ডাক্তৰ মিত্ৰৰ ঘৰৰ দুৱাৰ মুখ পাই শুনিলেন ডাক্তৰ মিত্ৰ তাৰ বাৰৰ আগেয়ে শোকলৈ গল। কালি এখন অসমীয়া মাহেকীয়া কাকতৰ প্ৰকাশক জননী বৰবৰুৱাৰ চকুত পৰিল। ভাত লেখিছে--“ইয়াত অতীয় বিযেসূচক এখয়ে মাই নেপাৰ।” কথাসাকি পঢ়িলে মন খেলায় যেন আনবোৰ কাকত হোৰ- হোৰে ৰাতীয় বিদ্বেসূচক প্ৰবন্ধই ঠাই পাৰ হে লখিছে। আমাৰ অন
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬০৩
অৱয়ব