পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কা, ১৮৩২।} কৃপাবৰ বৰুৱাৰ সামৰণি। এনে গণ্ডগোলৰ বোগ বহীৰ আন এগৰাকী যৰে নলৈ কি বুলি কোনই ভাবি ছিল নে? বৰবৰুৱাই হলে ভৰা নাছিল। তেওঁ আসে, সেইন বহুৰ কথাৰ উত্তৰ দিশলৈ যোৱাটো বাহীয়ে অপমান বিবেচনা কৰে। বৰষকৰাই ইয়াকে মাথোন সেছে যে, সেইজনে পইচাৰ লোহ্নত বিষোৰ সুসভ্য” বিজ্ঞাপন পায় সেইবোৰৰ কাষৰ নিমিতে তেও গীয়া নে। সিখিনা কলিকতাৰ কলুটোলা খ্ৰীটিত এটা মুৰোপীয় চিপাহীৰে সৈতে গোটাচেৰেক ‘াৰ অলপ কথাতে ল লগত তাকেইটাই গোটই অকলশৰীয়াকৈ ৰোপীয় চিপাহীটোৰু পাই টলিয়াই লবেজান কৰি পেলাই পলাই কাট মাৰিলে। চিপাহীটো লবেজান হৈ আণিত পৰি থকাত, ওচৰৰে এঘৰ ভালমানুহৰ ৰি" (চাকৰনী) এজনী ওলাই আহি, নিমৰ হাতত পুৱা গধুলি লোভ কৰা অস্ত্ৰটিৰে, পৰিকা সেই চিপাহীটোৰু এবাৰ প্ৰহাৰ কৰি গুচি গ' দৃশ্যটো দেখি বাটৰুৱা মানুহে বাগৰি বাগৰি হাঁহিছিল। কামৰূপীয়া ভাষা” কথাষাৰ লৈ তেলপাৰ লগোৱধকলৰু বৰুৱাই সোধে, যে ফামৰূপীয়া কথাটোৰ ওপৰত তেওঁলোকৰ অকলসীয়া “গাবি” কেতিয়াৰপৰা হল। আমি বুজে কামৰূপীয়া ভাষা মানেই অসমীয়া ভাষা, অসমীয়া ভাষা মানেই কামৰূপীয়া ভাষা। তেওঁলোকৰ খৱা মাতক লোকে যি নাম দি মাতে সেই মত যে তেওঁলোক একাধিপত্য আছে, এইটো তেওঁলোকে পাহৰে কিয়? বৰবৰুৱাই কয়, তেওঁলোেক যদি leader অৰ্থাৎ বৰমুৰীয়া- হৰ খুজিছে, আৰু সোনকালে মহলে নচলে, তেন্তে তেওঁলোকে আন্দোলন কৰিবলৈ তিনটা বিষয় ভাত দিয়া গল;-(১) গৰৈ পৰা চোৰণ হৈছে যে, ঢেৰাপৰপৰা গৰৈম হৈছে(২) অৰীৰ চুৰিয়া হৈছে লে, চুৰিয়াৰপৰা সাৰী হৈছে (৬) মানুহতকৈ তিকামানুহ দেখিবলৈ নী নে, তিকামানুহতকৈ নামানুহ। এই তিনটা, অপাৰগ পত অন্ততঃ এটা লৈ আন্দোলন কৰিলে সোনকালে বিখ্যাত এ “লিত হয় ইফালে কোনো কোনো বিদেশী বিয়ে দেখিনে যে যে সুবিতো, অসমীয়াৰ গাৰ ৰাখিলিত জলপ আঁচে লাগিছে। শেখকো নাই ‘ৰি আহি মাৰি এটা কি পৰিল।