বহী। [২য় বছৰ, ৪ৰ্থ সংখ্যা। ভাষা বুলি নামনি-সামৰ মাত-কৰা বোলাটো উচিত আছিল। আননী খন ওলালত চাৰিউফলে তলওপৰ লাগিল। “কটা বাহী। তোব ইমনটো সাহ! তই কামৰূপীয়া ভাষা আৰু অসমীয়া ভাষা দুটা কৰি দেখুৱাই একতাৰ গোফকে দুভাৰকৈ ফালিছ? তই আঁহি ফলিছ? খৰ বহীক! মাৰ বাইক! পিঙত দে ৰাহীক! শূলত দে বাহীক। ভুতৰ ওপৰতে নিহ; বইয়ে নামনি-আগামৰ মাতেৰে পঃ এটা বাহীত পিলে! আৰু পায় কোনে! হুলস্থুল পাৰি পৰিল। সভা হল, কখিটি হল, গালি হল, গালাজ হল, ৰাহীৰ ওপৰত ৰাম-টাঙোন জোকৰা হল, আৰু বাঁহীৰ সম্পাদক মুখলৈ ৰাহী কাকত ওভোতই মাৰি পঠিয়া সুল। সম্পাদকে কৈফিয়ং দিলে, শগুগোল কৰাতাসকলে ভৰা কথাটো নহয় বুলি বুজাই দিবলৈ চেষ্টা কৰিলে। কিন্তু বুজে কোনে? নোধেও গা ধুৱালি, নেখাও ভাত খুৱালি, শিগিলে কি কৰ কৰ!” বুজিলে যে লেঠা,~-লুলস্থূল লগাওঁতা জনদিয়ে কৰ মতলব সিদ্ধ নহয়। এই ভাৱৰীয়া কেইজনৰ মাৰ বহীৰ ভাৱনা। সেইদেখি বহনে আগ বাঢ়িলেও “নিৰ্বংশৰ বেট।” পিছহহকিলেও “নিৰ্ধংশৰ যেটা'। তেওঁলোকে আমাৰ হোৱা সৰল নামনি-সমীয়া গাৱলীয়া বন্ধুসকলক কৈ দিলে যে “বাইয়ে খাপ মাৰি তেওঁলোকৰ কাণ কেইখন সিলে।” এনে আকস্মিক বিপদৰ কথা শুনি তেওঁলোকে নিজ কাণত হাত দি নোচোৱাকৈয়ে ৰহীৰ পিছে পিছে লৰ দিলে। গণ্ডগোল কৰোতা কেইজনে ইফালৰপৰা ৰিঙিয়ালে-দে দৌৰ! দে দৌৰ!” তেওঁলোকে তা-ৰা-চিতি লৰিল। তেওঁলোকে সদায় জানি আহিছিল, বাহী তেওঁলোকৰ পৰা যিয়, এতিয়া তেওঁলোকৰ নিৰ ভিতৰৰে জন- দিয়েৰুে কৈ দিলে সোহী তেওঁলোকৰ পৰম শত্ৰু। আৰুবাহী যায় কলৈ? | গণ্ডগোলকৰোতাসকলক বৰুৱাই চেলাম জি সোধে-আননীখনৰ পটোৰ কোন ঠাইও নামনিৰ অসমীয়া মানুহৰু আৰু এক বিদ্ৰুপ। হৈ তেওঁলোকে দেখুৱাই দিব পাৰে লে? পাৰে যদি ৰাহীৰ গাত মাটি, আৰু নোৱাৰে ৰঙ্গি এলে মিছ ওগোল কৰা বাবে তেওঁলোকে নিৰ দোষ শৈক্তি বীৰ স ৰ ওচৰত জমা প্ৰাৰ্থনা কৰিব নে? টোয়েই honourable course,
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬০০
অৱয়ব