পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ বহী। ( যায়, এ সং। আগেয়ে মৰি খোৰ ভেলো বা নাতিৰ পোৰ সুৱৰি নাই-বিনাই এনেকৈ কালে যেন সেই ৰিতিপুৱা হে সেই দুৰ্ঘটনা ঘটছিল। আসামত বলা ভাগৰ এনেকুৱা পুৰণি মৃত্যু শোক লুৰি কালোতৰি ওৰ সিদিনা- লৈকে পৰা নাছিল। কিন্তু ৰাহীয়ে তেওঁলোকৰ কাৰ ভিতৰতে সোমাই ৰজাই দি ফটে" কৰিলে যে কালা ভাষা ও অসমীয়া ভাষাৰ অপভ্ৰংশ, অসমীয়া ৰা ৰঙ্গলা ভাষাৰ নহয়। ৰাপাৰ খালা যে শুনে” ওয়াইতে ৰোলে ‘লো কি? দেখছি, বাৰে ৰে মোৰে খাস | এইদেখি ওয়াহঁতে tactics অণাৎ কৌশল গলাই খোল পৰিতে যে মাধৱদেৱ, অনন্ত ললি, গোবিন্দ মিশ্ৰ আগি পুৰণি অসমীয়া গ্ৰন্থকাৰসকল দেশ বানী মানুহ আছি; তেওঁলোকে ক্ষমাপৰৰণ হৈ অসমীয়া পাতকীক তাৰিবৰ নিমিত্তে আসামলৈ গৈ অসমীয়া ভাষাভ পুণি লেখি দি আহিছিল; নতুবা, খাৰখোৰা অসমীয়াৰ মূৰৰপৰা এনেৰোৰ পূৰি ওলোৱাটো সম্ভৱ নহয়। সেইদেৰি মাধৱদেৱ পৰিপুৰৰপৰ, আৰু অসমীয়া পদ্মপুৰাণৰ লেখক নাৰায়ণদেৰ ছিলঠৰপৰা কামলৈ গৈ অসমীয়া পুথি লেখি থৈ আহিছিল। কাৰণ, সেই কালও অসমীয়া লো একো টান কৰা নাছিল; মাথোন মঙ্গলাৰ পৰা অলপ লকৰক হোহোক-পিছলা কৰিলেই সি দিপলিপ, অসমীয়া হৈ পৰিছিল; অৰ্থাৎ জানি যেনে ৰ ৰামকে তাহাৰ ৰাতে পচাইয়া দিল", এইষাৰ “শ্যামেৰামৰু তাৰ খাটি পপহৰ মঙহ) চাই (ৰা) দিলে এনে অমীয়া কৰিশেই হৈছিল। গুৱাহাটীয়া সম্মিলনী সভাত উপস্থিত এক আমাৰ অসমীয়া সকলে লাশী ৰাসকলক এইদৰে সুধিটিল নে নাই। নোৱাৰেৰে "হে সনদ সকল! আৰাৰ কথা লৈ আহিৰপৰা শো- লোকেৰে সৈতে আমাৰ পৰিয়ালৰ অগিলেই। আমি এতিয়া ভালকৈ বুজিলে, যে আপোনাৰ মিঠীয়া আৰু ফৰিপুৰীয় মানুহে literary অসমীয়া বা চৰ্চা কৰি অসমীয়া ভাষাত পুথি লেখিলি; তাৰ কাৰ, তেতিয়াৰ তেতিয়াৰ কি? এতিয়াৰ কৰিপুৰ আৰু ঠিক patoid মাত-কথা শেষ ৰাৱণী আৰু পৰপুৰণ ৰচনা কৰিৰ পৰে উপযুক্ত ছিল, যেহেতু সি অসমীয়া ভাষাৰ বিকৃত নো dialect অং সাত মানে। সেইদেখি হে যেনেকৈ আকালিৰ ৰিপুৰীয়া আৰু মিঠীয়া লেখকসকলে