পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুন, ১৮২।] কিতাপৰ বিষয়ে চমু মন্তব্য। মধুৰ গীতধ্বনি গৰু কিৰে শুনি উলাহেৰিৰ আন লগে লগে মৰতৰ; কিন্তু আমি কামৰ মাগুৰ গাৰ স্বাৰ "নিশি ভাগি একাকাৰ বৰ আৰু লাগে যদি আমাৰ ৰেপত তাৰপৰা মাত ওলা- কে, কে, কেন সও সাও। ভাতী বামুণৰ কল যোৱা ৰ। আশা আছে, যাদেএক কেতিয়াবা কাষত পালে, হেপাহ পলুৱাই তেওঁৰ বেহেলাত তেওঁৰ সুমধুৰ ৰেপ কেইটা শুনি কাণ জুৰাই লবলৈ। এক দেণ্ডৰ সঙ্গীত-লাখাৰ ভঁৰ আমি হিঙি-ভত্তি একাকাৰ কৰিহে ঘদিও, সেই “সঙ্গীত-সাধনাৰ নহয়, লো সঙ্গীত বিদ্যাত “বিদ্যা শিপজ আমাৰ হে। আমাৰ ডাঠ বিশ্বাস, সঙ্গীত শিষ্যাত গৈণতসকলে বৰুৱাদেও সঙ্গীত সাধনা হাতত লৈ বৰুৱাদেওৰ দৰে মৌ বৰষাৰ পাৰিব। চন্দ্ৰাৱলী। নাটক। এত দুৰ্গেশ্বৰ শৰ্মা বি, এ, বি-এল, প্ৰণীত। বেচ সহ অনা। এই নাটখনি মহাকবি চেক্সপীয়েৰৰ এজ-ইউ-লাইক ইট' নাটৰ ছাঁ লৈ লেখা হৈছে। নাটখন পঢ়ি আমি সন্তোষ পাইছে। এই নাটৰ ভাৰন। যদিও আমি দেখা নাই, কি কৰা হৈছে বুলি নিজে। ভাবনা ভাল হলে কথা। পৰীক্ষা। অমিত্ৰাক্ষৰত ৰচিত এই সৰু পৰিীযুত পচত্ৰ ভাগৱতী প্ৰণীত। পুথিখন পঢ়ি আমি বাস্তঙে বৰ সন্তোৰ পাছা। অসমীয়া ভাষাত যে এনে গুৱাকৈ অমিত্ৰাক্ষৰ শত ৰচনা হব পাৰে, আগেয়ে আমি নাজানিছিলোঁ। লেখক তাৰ ও, উপমা খুল, শিক্ষা নীতিপূৰ্ণ। আসাম এই পুথিৰ ৰে কিয় আগৰ হোৱা নাই কব নোৱাৰে। লোকে আৰু ডান কাত কিতাপ দেখিবলৈ ধৰিলে আমি সন্তোৰ পাৰ; তেৰে কাৰ্যত তেওঁ সিজি গা কৰিব বুলি আমাৰ বিশ্বাস।