ফাগুন, ১৮৩২।] মণিপুৰ যাত্ৰা। হাবিয়ে নগৰে ফুৰা মোৰ অলপ অভিন্নতা আছিল, কিন্তু পৰ্বতীয়া ঠাইত ফুৰাৰ অভিজ্ঞতা সমুদি নাছিল। যিহক আমি অপবাঢ়িবলৈ ধৰিলে॥ কমে ডিমাপুৰ বন্তি পালে, ধন- &নৈৰ পাৰত ভালেমান ঘৰ দেখিলোঁ। কোনোবা চিনাকী মানুহ লগ পাৰ ভয়ত, আমি বেগৰেণীকৈ ঘটক পইচা দি নৈ পাৰ হলে। সিপাৰে এন আৰু ভালেমান মানুহৰ ঘৰ আছিল এইটো কথা কিন্তু মণিপুৰৰপৰা ঘূৰি আহোতে হে ৰুজ পালোঁ। আমি কাকো কোনো কথা মুধি ঘাই ব্যাট এৰি সে। হাতৰ এটা সৰু পৰ্বতৰ ওপৰে মানুহৰ গচকত হোৱা ৰাটোৰ যাবলৈ ধৰিলে। সেইটো বাটেদি যে মণিপুৰৰ আলি উঠিব পাৰি এই কথা মাত্ৰ ব্যাটেটোৰ পৰা জানি লৈছিলে। মণিপুৰৰ বাটৰ বিষয়ে আমাৰ একোটা অনা নাছিল। অকল পতীয়া আট বুলি হে জনা আছিল। জামাৰ ধাৰণা আছিল যে আপামৰ হাবিৰ মাজে দি যোৱা ৰাটত যেনে সুমাইলে চাৰি মাইলে মানুহৰ গাও পোৱা যায়, মণিপুৰৰ বাটভো সেইদৰে দুমাইলে চাৰি মাইলে পও পাই গৈ থাকি। এই ভুল ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি আমি খাটৰ বিষয়ে কোনো সংবাদ সংগ্ৰহ নকৰি ভেতোৱাই যাবলৈ ধৰিলে। চিন্তা কি? খণ্ডে ৰাতি হব ভতে খায় লম। বাট নেপাহৰিলেই হল। ষাট পাহৰিৰ কোনো মানা লাই। কিয়নো, মণিপুৰলৈ যোৱা চৰ্কাৰী অশি সেই এটি মাত্ৰ। অলপ দূৰ আগ বাঢ়িয়েই যাই বাট পালে॥ এই বাই ৰা আলিৰ কাষতে এটি লাঘৰ দেখিলে। তাৰ আগতে চাই ৰোডত লেখা আছে “pak Banglow"। এই খিৰিৰ ৰাজ-আলি ষ্টেচনৰ ওচৰৰ আলিৰ লেখা নহয়, বহুতৰ ভাল। আৰু অলপ আগ কাঢ়িয়েই আলিটো সাধাৰণ ৰালিৰ গৰে দুই ফালে খাৱৈ কী সুন্দৰ আৰু সমতল। দুই ফালে ৰৰ ফল মুফতি প। এই খিনিৰ পথাৰ ঠিক ৱৰ ওচৰৰ পাৰি যেন লাগিল। শৰ- ৰীয়াই গৰু অৰা লগ পালোঁ। সেইটো ৰাটেই মণিপুৰলৈ যোৱা আট ৰ লে নয় সঠিককৈ কালি ললে। অলপ দূৰ শোৱাৰ পাছতে মুকলি পথাৰ নোহোৱা হল। ৰালিৰ কাৰে ৰৰ আঠ হাৰি দেখা পাৰলৈ ধৰিলে। ক্ৰমে বেশি নাৰ গল। এবাৰ হৈ ১.
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৯৩
অৱয়ব