কা , ১ ।] গুচৰিত্ৰ বুলি সম্বোধন কৰিব লাগে এই কথা হলফলক গুলাই মিছে। আৰু ৰালিৰপৰা দুৰ পেৰে পঢ়াশালি ছিং নেলাগে। ৰাঘৱাচাৰ্য পণ্ডিত এদিন পাঠশালালৈ আহিছে; সকলো ৰে গাছৰ দিছে, শত্ৰৰ লৰাক আমালোকে শঙ্কৰদেৱ বুলি মাতিৰ লাগে, পঢ়াশালি। মহিব নিদিয়ে। এই কথা শুনি আচাৰ্য খং কৰি কললিক কৈছে, বৰ বেয়া কথা কৰি। কললিয়ে বোলে আজি ৰ প্ৰমাণ পাৰ। ৰাত্ৰি ই আছে; আচাৰ্যৰ গলত কোনো এজন পুৰুৰে টেপা মাৰি ধৰিয়ে, মাতিষ নোৱাৰি ৰক ৰকাইছে আৰু স্বপ্ন দেখিছে শঙ্কৰদেৱক এনে কথা কি বুলিয়া? পিছত শৰ শক্ষৰ নাম স্মৰণ কৰিছে; মহেন্দ্ৰ কৰি শুনি হাঁহিছে আৰু ৰাথাচাৰ্যক মাত লগাইছে; তথাপি চেতন হোৱা নাই। বহুপৰ এইদৰে কি চেতনা পাই কশিক জনাইছে, মোক শঙ্কৰৰ সহিত ইট কৰাই প্ৰিয়। পণ্ডিত গুৰুৱে আৰ্যক আনি গুৰুজনক দেখুৱাই দিলত আচাৰ্য্যে প্ৰাৰ্থনা কৰি জনাইছে, মোৰু ৰক্ষা কৰক। গুৰুৱে কৈহে মই কি ৰাখিম, মোৰ ওচৰত আপুনি একে দোষ কৰা নাই। পিছত আচাৰ্যে সাষ্টাঙ্গে এৰিপাত কৰিশৰ সৈতে আৰু সকলো ছাত্ৰক অনুয়া কৰিবলৈ বাধা দিচ্ছে। শঙ্কৰদেৱ পঢ়া সময় দুই পাশে দুই গাছি বতি, দুইখানি এই পুস্তক ৰাখে; আৰু দুইটা সৰুৰাত মোল পাশ লৈ ভোজন কৰি শ্লোক অধ্যয়ন কৰে। কোনো এদিন শিক্ষাগুৰ ওচৰত টক দুই কাপোৰ এখন পজিলা স্বৰূপ দিলে , গুদেৱ আমিআলি খেলি কৰিবৰ মন হৈছে আদেশ হলে যাব পৰা হয়। কলি সবে মনেৰে বিলা দিলত শঙ্কৰদেৱ উমলিবলৈ গল। সেই সময়ত বৃদ্ধা মাতা খেৰতী আই আহি গুজজনক পঢ়াশালিত নেদেখি পতি গুৰু সুধিলে শাৰ লৈ গল। কনিয়ে কলে ধেমালি কৰিবলৈ গৈছে। খুলনৰ দত্ত টাকা আৰু কাপোৰ আইক ফিৰাই দিলে, তেঁও টক। কাপোৰ লৈ খং কৰি ৰবলৈ ফিৰি আহিল। দৰ যেতিয়া শঙ্কৰ ঘৰলৈ আহিছে খাইয়ে মুখিয়ে আজি কলৈ যোৱা হৈছিল, উত্তৰ কলে মেলি কৰিবলৈ বিপৰু লৈ গৈছিলোঁ। পণ্ডিত কি দিলি নে কি? টকা আৰু কাপোৰ দিয়া হৈছিল। খঙ্গ কৰি বহুত বাক্য প্ৰয়োগ কৰা একো নামাজি মোন হৈ খালি। ব্যাকৰণ, পুৰাণ, ফাৰ্যাগি নানা শত্ৰ চৌষ দিনৰ ভিত অধ্যয়ন কৰি জনোপত্তি হোৱা হে পঢ়াশালি এৰি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৮৭
অৱয়ব