পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰুচৰিত্ৰ। } এদিৰ ব্ৰহ্মাৰাম আতৈ স্বপ্ন দেখিলে যে তুমি গুৰু শ্ৰয় কৰি পৰ নোলোৱা কিয়? আতৈয়ে কলে কত কি বুলি শৰণ লোৱা হব? কুমুৰৰ গৰু গুৰ জন্ম হৈ তাৰাত ও জাপ কৰি চাৰি বস্তু প্ৰকাশ কৰি ভাগত থৈ শৰণ লয়। বস্তু চাৰিটা তোমাক মই শুনালে, সেইদৰে গুৰুব আগত ৰাখি। এতে আম কৰি ব্ৰজাৰাম আতৈ এখনি ভাব লৈ বহিৰ কঠ এখনি সহিতে গুৰুগৃহলৈ গমন কৰিছে; বাটতে গুৰদেৱক লগ পাই ঋঠ পৰি হাই আলত গুৰখানি থৈ গুৰু আগ কৰি চাৰি বন্ধু শুনালে। গুৰুজনে খুলে আমি দেৱ আগ কৰিলে, তথাপি গুৰু আগ হল। আওৈ এই প্ৰণালীৰে সেৱা কৰিবলৈ আহিল। এদিন ভোজনৰ সময় বৃদ্ধা মাতাই কলে; বোপ তুৰি পঢ়িব লাগে। আমাৰ বংশত উপৰি পুৰুষ সকলো পণ্ডিত; তোমাৰ এতিয়া চৌঃ যা হল; নপঢ়িলে মূখ দোৰে বংশৰ গ্লানি হব; আৰু তোমাৰ তাৰি ফৰ ৰিদ্ৰত হৈ অহা কষ্টে দিন কটাব লাগিব। ধন সম্পত্তিৰ ভ্ৰাতৃয়ে ভাগ, পায়; বিদ্যাখন কোনোৱে গুপ কৰিব নোৱাৰে; চোৰেও চুৰি কৰি নিৰ নোৱাৰে। গুৰুজনে এই হিতোপদেশ বাক্য শুনি উত্তৰ দিলে; কোল পণ্ডিতৰ ওচৰত পঢ়িব লাগে বিক; মই অতি অল্প দিনৰ ভিতৰতে পটি আপোনাসকলৰ মনত সন্তোষ মিম। ওইদিন শুভক্ষণে মহেন্দ্ৰ কলি পাঠশালাত অৰ্পণ কৰিলে। ভাদ্ৰ মাহৰ বৃহস্পতিবাৰে দেখি পাঠাৰ কলে; ক, খ আদি বলখী শিকিছে। এদিন জল ব্যঞ্জনবৰ্ণ জোটাই এটা পৰাৰ কৰি কলিক সিয়াও মনত ৰা সঙ্কোৰ লাভ কৰি অতি আচৰিত হল। আৰু এদিন একাদশী ভিখিত সকলো ছাত্ৰ পাঠ শেষ কৰি ৰাৰি গৈছে, অন কলৈ পঢ়াশালতি এয়ণ কৰি থাকিল; কোমল শৰীৰত ৰা পৰিছে আখি খায় মন্তু হি ৰে ছায়া দিয়ে কুপিয়ে জখা পায় ওড়ে শৰ ললে; ন ান। যেই দিনাৰ পৰা শৰক শব্দেৰ