পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফাগুন, ১৮৩২। 1 মসিসি। সেনাপতি পাতে। শুক্ৰধ্বজ বৰ বীৰপুৰুষ আৰু ওখ-মনব আছিল। তেওঁক চিলাৰায় বুলিও লেকে মাতিছিল। আমি ওপৰত কৈ আহিছে। যে যে শদিয়া খীৰৰ ফালে চুটিয়া ৰাজ্য আছিল, আৰু চুটিয়াবিলাকক যুঞ্জত হৰুৱাই আমি বজাই ছুটিয়া ৰজ নিজৰ অধীন কবি বিয়া মাদি সমন্ধেৰে তেওঁলোকক লগ লগাই সৰ ভাশক নিজৰ জাতিৰ ভিতৰুৱা কৰে। ছুটিয়া বা বংশব সংস্থাপনৰ নাম ৰীৰপাল। পুৰাণত উল্লেখ কৰা ভীষ্মকৰ বংশব পুলি তেওঁ নিক্ষক পৰিচয় দিছিল। ছুটি। ৰজাসকলে একালত পৰাক্ৰমী ৰা আছিল। আমি এইটে; ভালক জানিবলৈ পাওঁ যে তেৰ শতিকাৰ আদিতে মদিয়াত ছুটিয়া বজাসকলে ৰাজ কৰিছিল, আৰু তেওঁলোকেৰে সৈতে আহোমসকলৰ সততে ৰা লংগি ছিল। শতিকাৰ আগ ডোখৰত হৈ আছেমে ছুটিয়া ৰাজ্য সমুলি গ্ৰাস কৰিব পাৰিছিল। এই যুগত ৰচিত কোনো অসমীয়া পুথিৰ সপে আমি আজিলৈকে পোৰ। নাই। এই যুগত পুৰণি কামৰূপ বাজ্য লণ্ডভণ্ড হৈ ভাগি-ছিগি ডোখৰ ভোৰ হৈছিল। এনে স্থলত এই ডোখৰ কালত যে সাহিত্যৰ কিবা বিশেষ উন্নতি হৈছিল যেন মনে নধৰে। আৰু কোনো গ্ৰন্থ ৰচিত হৈছিল যদিও নানা বিপ্লৱত পৰি সেইবোৰ ধ্বংস হল। কিন্তু সেইবুলি এই যুগ অসমীয়া সাহিত্য বিষয়ত এক প্ৰকাৰ শুন্য হলেও অসমীয়া বুৰঞ্জী বিষয় তেনে নহৰু। আহোমসকল বুৰঞ্জী ৰচনা বিষয়ত অদ্বিতীয় আছিল। তেওঁ. লোকে নিজৰ কাৰ্যকলাপৰ বুৰঞ্জী পুনু সুৰূপে দেখিছিল। লোকৰ আহি লৈ অসমীয়াই অসমীয়া ভাষাত বুৰঞ্জী লেখিছিল। সেই বুৰঞ্জীবোৰ বিপ্লৱৰ উপৰি বিপ্লৱত পৰি কৰবালৈ পল, খাইকৈ কীৰিচ বৰবৰুৱাই আৰ অহোম বুৰঞ্জীৰ সৈতে সেইবোৰৰ ৰ চোৰালে। তথাপি আমাৰ বিশ্বাস, এতিয়াও ভালকৈ বিচাৰিলে দুখন এখন অসমীয়াৰ ধোৱ- চাঙত ওলাৰ কিজানি। লীনাথ বেজবৰুৱা।