s; বাহী। [১ম বছৰ, ১ম সংখ্যা। ভাবনাৰ ছালখন ফুটাই তাত কালকূট ঢালি দি যে আমাক কালৰ হাতত সমর্পণ নকৰি নেৰে এইটো থিৰাং জানি।। | হিন্দু পুৰাণত বকদল ঋষি নামে এন ঋষিৰ উপাখ্যান আছে। বকদল বিয়ে তেওঁৰ জীৱত কৰাৰ এই পৃথিবী আৰু ব্ৰহ্মাণ্ডৰ ধবংশ দেখি- ছিল, কত প্রলয় মহাপ্রলয় দেখিছিল, কেইজন সাকা ব্ৰহ্মাৰ মৰণ দেখি- ছিল তাৰ লেখাজোখ নাই। সেইবােৰ দেশি ঋষিৰ মনত ইমান ভয় আৰু আত সােমাইছিল যে তেওঁ বিয়া-বাৰু কৰাই গৃহস্থ হৈ থকা দূৰতৈ থাওক, বহি সা পূজা কৰি থাকিবলৈ বৰতাৰ বেৰ দিয়া আৰু উলুখেৰেৰে হােৱা এ ধা পা এটা সাজি লবলৈ সাহ নকৰি “ইকনমি কৰি, অর্থাৎ ঘৰ সজা পৰিখ আৰু খৰচ ফেৰা ৰাতে মিছাতে তগণ নহয় সেই বিষয়ে সতর্ক হৈ বৰগৰ সৰিপৰা পকা পাত একোটা মূৰত লৈ সমুদ্ৰৰ পাৰত যুগ-যুগান্তৰ কাল বহি সন্ধ্যা পূজা কৰি কটাইছিল। আমাৰ দেশতো কিছুমান মানুহ আছে, যাৰ বুকুত অসমীয়া ভাষাৰ ভবিষ্যত সম্পর্কে বকদল ঋষিৰ নিচিনা হয় সােমাই তেওঁলােকক এনে কাবু কৰিছে যে, কালক্ৰমত অসমীয়া ভাষা নিটিকে আৰু শােপ পাব, এই দুর্ভা- বনা তেওঁলােকে ভাবি, তাৰ চৰ্চা আৰু উন্নতিৰ অৰ্থে চেষ্টা কৰা বিষয়ত নিজৰ হাত সামৰি থৈ ধ্যান কৰি বহি থাকি বিভীষিকা দেখিব লাগিছে । আৰু আনকো তেওঁলােকৰ ভয়ৰ কাৰণটো অতি সাৱধানে জনাই, এই মিছ প্রয়াস আৰু নাহক চেষ্টাৰপৰা বিৰত থাকিবলৈ পৰামৰ্শ দি সাৱধান কৰি দিব খােজে। অসমীয়া ভাষাৰ এই প্রয়াতুৰ বদলসকলৰ পৰামৰ্শ-চৰ পাতৰ ওপৰতে মােৰ পৰাষৰ তা এপাত ৰং-তুপ কৰি তেওঁলােকক কওঁ যে “আপােনাসকলে মনটো ডাঠ কৰি থিৰ হওক । বৈবস্বত মনুৰ ৰা- ধৰ পিছত এক মন্বন্তৰ গৱে অসমীয়া ভাষাৰ মহাপ্রলয় হয় হওক; সেই চিজ্ঞাত ব্যাপৃত থাকি আপােনালােকে এতিয়াৰপৰা অসুৰ অশান্বিত কাল নকটাই বর্তমান মাতৃভাষাৰ ভালৰ হকে চেষ্টা ক; তেনে কৰিলে পােনালােকে মুখের ভাত এষ্ট খাই তব পাৰিব। • নাজিকালি আৰু বইলা বােতে, সেই ভাষাৰ যেতিয়া অখিই গালি তেতিয়া অসমীয়া ভাষা উন্নতি আৰু ও পত। এৰি উক্ত
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৮
অৱয়ব