পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম। কাদশ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ ৰালৈকে পক্ষ বুখ। এই যুগত বিশাল কামৰূপ ৰাজা শুনি-ছিগি ডোখৰ ডোখৰ হৈ কেইবাখনো গৰু সৰু ৰাজ্যত পৰিণত হল; আৰু পুৰণি প্ৰবল কামৰূপৰ গৌৰৱ-সূৰ্য্য চিৰ কাপলৈ অন্য গল। বৈদ্যুদেৱ ৰজাৰ মৰফলিৰ পিছৰপৰা ৬০ এছ। কাল এন্ধাৰ; সেই কালৰ বিষয়ে আমি একো জানিবলৈ নাপাওঁ। প্ৰায় ১১১৮ খ্ৰষ্টাব্দত মহম্মদ যকৃতিয়াৰ খিলজিয়ে দেশৰ শেষ হিন্দু বা লক্ষ্মণ সেনক পৰাস্ত কৰি বঙ্গ জয় কৰাৰ কিছু বছৰৰ পিছত তেওঁ কামৰূণৰ ফালে যুদ্ধ যাত্ৰা কৰি আহি কামৰূপৰ বজাৰ হাতত গুণাগতি থৈ কথমপি প্ৰাণ লৈ সৰি গৈছিল। সেই সময়ত কামৰূপৰ ৰজাক কামেশ্বৰ ৰোগা হৈছিল আৰু তেওঁৰ ৰাজ্যৰ পশ্চিম সীমা কৰতোয়া নৈয়েই আছিল। য়োগ শতিকাৰ আগডোখৰত বঙ্গদেশৰ শাসনকৰ্তা বিয়াচুদ্দিনে অসাম আক্ৰমশ কৰিবলৈ আহি ব্ৰহ্মপুত্ৰইদি সদিয়া পাইছিল গৈ; কিন্তু তেৱে। কামৰূপৰ বজাৰ হাতত হাৰি খেদাখাই উভতি যাব লগীয়াত পৰিছিল। ইয়াৰ পিছত প্ৰায় ১২৭৮ খৃষ্টাব্দত টুপ্ৰিল খাই অসম আক্ৰমণ কৰি কামৰূপৰ ৰজাৰ হাতত সসৈন্যে হৰি প্ৰাণ হেৰুৱালে। ১৩৩৭ ষ্টাত মহম্মদ চাই ১••••• অশ্বাৰোহী সেনা অসম আক্ৰমণ কৰিবলৈ পঠিয়াই ছিল; কিন্তু ইমান ডাঙৰ সেই ফৌজ অসমত মৰি ধ্বংস হত, তাৰ কোনো চিন-মোকাম নাথাকিল। মুছলমানসকলৰ দ্বাৰাই লিখিত বুৰঞ্জীৰপৰা পোৱা এনেকুৱা দুটা-চাইটা ঘটনাৰপৰা এইটো স্পষ্টকৈ দেখা যায় যে ত্ৰয়োদশ আৰু চতুৰ্দশ শতিকাতে কামৰূপ ৰাজ্য প্ৰবল পৰাক্ৰমশালী আছিল, আৰু তাৰ পশ্চিম সীমা সেই পুৰণি কৰতোয়া নৈয়েই আছিল; কিন্তু পূৰ্ব সীমা কত আছিল সেইটো জানিব পৰা নাযায়। এইটো ঠিক যে সেই কামৰূপ ৰাজ্যৰ কলেৱৰ আগৰ কলিৰ কৰেতকৈ ভালেমান গুণে ঠেক হৈছিল। এয়োদশ শতিকাৰ আগছোৱাত চাল বংশী আহামবিলাক পুষেদি গত সোমায়। ছুটিয়া ৰজাসকলে