সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৪ স্বাহী। | (২য় , ওৰ সংখ্যা নোৱাৰিলে। বুজ। গল অনাৰ থিয়েটাৰ ওৰ এইখিনিতে পৰিল। থিয়েটাৰ ওৰ পলি হয় কিন্তু তাৰ হেন্দোলনি ৭ দিনলৈকে এল। লোকৰ খাইবিলাক ওটাই দিয়াৰ ভাৰ গোটেই মোৰ ওপৰতে পৰিল। মোৰ নিজৰ হে খৰচ হল। চিন, ডুপচিন কেইখন নীলাই তেওঁৰ গাত দোকালৰ বাকাঁ টকাৰ বাবে লৈ গল, আৰু সিয়নি মোকো হেসেনি চৰিয়া কৰিলে। গাড়ি চলি কেইতাৰ হেনো হোক। শিকান্ত বৰুৱাৰ বিলাই কোনো ঠাই নোহোৱা হৈছিল। মেখেলাবিলাক থিয়েটৰ কৰোঁকে যি কেইডোখৰ কাটিছিল তাৰু গো তেওঁ নিজেই সি-পুতকি দিলেই তদুপৰিও আগৰ ফটাচিটাবিলাকে। হেনো সি দিব লগাত পৰিছিল সবাতোকৈ কামপুৰীয়া কলিমন ৱোনৰ বিলাই বিপত্তিৰ হেনো ঠাই নোহোৱা হৈছিল। তেওঁক বাট দেখলেই স্কুলীয়া লৰাবিলাকে হেনন “সোটো কলিমন! সৌটো কলিমন” বুলি আঙুলিয়াইছিল, আৰু দুই এজন বু লৰা হেনো মতলীয়া গোলাম” এই বুলি ইতিকিং কৰাত তেওঁ হেনন এদিন } এটাক খেদি গৈ বৰতে দুটা চৰ মাৰি থৈ অহাৰ লৰাটোৰ বাপেকে যেনো পিছদিনা তেওঁৰ ওপৰত কৌৰি খাঁন্তু এখনো শালত জাখিল কৰিছিল। আমি লগৰীয়া ১•১২ মনে ধৰি-মোল হে কোনো ৰকমে মকদ্দমাটো পাছ কৰি দিছিলে। স্ৰৌপদীৰ পাট লোৱাজনৰ হেনো তেঁওৰ ঘৰৰ ভিতৰতে অলপ লেঠা হৈছিল। খিয়েটৰ হৈ যোৱাৰ তিন দিনৰ পাছত হেনো ঘৈণীয়েকে কিবা কথাত মুখে মুখে উত্তৰ কৰোঁতে দাবি জি খেদি যাওঁতে ঘৈণীয়েকে তেওঁক কৈ পেলাইছিল-“নেদেখি কেনে তাটো! • হে মতা। থিয়েটৰত কাৰবাৰ ফটা নেখে পিজি তিৰু হে হব পাৰিছিল।" এইৰে আমাৰ পাইপতি দুৰ্গতিৰ সাৰ। মাহোৱা হৈল। ছোলাই শৰ্মা। মিশন টেক শেষে আৰু কম মাষ্টাৰ।