সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৫৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। ২ি , ৩৪ সংশ মাতি যে ৰাখিছিল। ই এতিয়া বা হাত চিঙি কেনে উৎপাতধন লগ- ইছে।হাতীয়ে উত্তৰ দিবলৈ নৌ পাওঁতেই হাতীৰ ওচৰত গাত থকা বেঙ এটাই ওলাই মাত দিলে-“হে দুঠেঙীয়া ন! তুমি কেলেই এনেকৈ যকিছু? আমাৰ চাৰিঠেঙীয়া জৰ ভাৱে এই।' এই সাধুটো ই নৰ। তোমাৰ গাতেই মিলিল দেখেনি। কলিকতাত শিবশ যোবেও অমিত্ৰা ছন্দত নাট লিখে, আসমত তুমিও অমিত্ৰা দুত নাট লিখা, সেইদেখি তুমি আশাৰ গিৰীশ ঘোষ হল।ভাবিৰাম বৰাৰ কথাত তেওঁ অলপ ই-ই ছিল কিন্তু লোকনাথ ফুকনৰ সাধুটোৰে আৰু কথা কেইৰাৰে আমি জুইত দ্বিউ হে দলিলে আমাৰ নৰকাৰু কটকীদেৱে একেবাৰে থিয় হৈ হালকাৰি জোকাৰি কলে :-*শই তহঁতৰ এনেখন ফুৰি মেল আৰু বিয়েটত নাখাকে।। বাৰু মই দেখি মই মোৰ নাটখনেৰে সৈতে কীয়া থিয়েটাৰ এখন পাতিব পাৰেনে নোৱাৰে। এই বুলি কৈয়েই উঠি অচি গল। আমাৰ ইবিলাকে তেওঁক গিৰিশ ঘোষ, বিদ্যাগিগৰু ইত্যাদি উপঘিৰে বিভূষিত কৰি তেঁও উঠি যোৱাৰ লগে লগে হাত চাপৰি বা মিলে। তেওঁ যোৱাৰ পাছতে থিৰাং হল যে ৫ দিনৰ ভিতৰত কীচকবধ মাট নৰ ভাৱৰীবিলাকৰ বচন আমি তিনিন আৰু লগতে Wান চাৰিনে মিলি লেখিজুৰি উলিয়াব আৰু হা শনিবলৈ লোকনাথ ফুকনৰ খৰ বহি পাৰ্ট" গাই দিয়া হৰ। কি আমি এটাৱে মিলি কৰি গাত কি বাৰ থাকিৰ সেইটো থিৰাং কৰিলে। লোকনাথ ফুকনক ফল জেনে ফেল মেনে।" বিৰাম বৰাক "এচিচটে খেনো ," শিকান্ত বৰুৱা “ৰে", নীলকান্ত বৰুৱা "টৰ", ভৈৰ সক “চেজেটৰি", লক গ্ৰপট" আৰু মোৰ গাত ৰাখিলে। “s মেনেকৰি' আৰু মন মাৰি"। এই বিশাল কোনে কি কাম কৰিৰ এই বিষয়ে কলেও চলে। চিল” “পছিল,” “ ”, “উ , পোয়া নো পৰা এইটে। আমি নৌ গবে; সকলোৱে মি নি বলতে বুলি এলে। ৫ ই যেনেতেমেষতে টেটো যেনে কবি। হশিকান্তই মেনে পেলে খুকি মাগি কিনিকুটি ত্ৰে ঠিক কৰি আৰু ভাৱৰীয়াৰি পি। শেষে যেনেদৰে মতে যি পালে মোগাৰ কৰি দিব। আমি